বিগত বৰ্ষতকৈ উন্নত এইবাৰৰ ফলাফল

ঘোষণা কৰা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল। বিগত বৰ্ষতকৈ এই বছৰ ফলাফল যথেষ্ট উন্নত। তিনিওটা শাখাতে বিগত বৰ্ষতকৈ উত্তীৰ্ণৰ হাৰ যথেষ্ট উন্নত।

News18-Assam
Updated:May 25, 2019, 9:59 AM IST
বিগত বৰ্ষতকৈ উন্নত এইবাৰৰ ফলাফল
ঘোষণা কৰা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল। বিগত বৰ্ষতকৈ এই বছৰ ফলাফল যথেষ্ট উন্নত। তিনিওটা শাখাতে বিগত বৰ্ষতকৈ উত্তীৰ্ণৰ হাৰ যথেষ্ট উন্নত।
News18-Assam
Updated: May 25, 2019, 9:59 AM IST
ঘোষণা কৰা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল। বিগত বৰ্ষতকৈ এই বছৰ ফলাফল যথেষ্ট উন্নত। তিনিওটা শাখাতে বিগত বৰ্ষতকৈ উত্তীৰ্ণৰ হাৰ যথেষ্ট উন্নত।

কলা শাখাত এইবাৰ উত্তীৰ্ণৰ হাৰ ৭৫.১৪ শতাংশ। ২০১৮ বৰ্ষত কলা শাখাত উত্তীৰ্ণৰ হাৰ আছিল ৭৪.৬৮ শতাংশ।

বিজ্ঞান শাখাত এইবাৰ উত্তীৰ্ণৰ হাৰ হৈছে ৮৬.৫৯ শতাংশ। ২০১৮ বৰ্ষত বিজ্ঞান শাখাৰ উত্তীৰ্ণৰ হাৰ আছিল ৮৫.৭৪ শতাংশ।

আনহাতে, বাণিজ্য শাখাত এইবাৰ উত্তীৰ্ণৰ হাৰ ৮৭.৫৯ শতাংশ। বিগত বৰ্ষত বাণিজ্য শাখাত উত্তীৰ্ণৰ হাৰ আছিল ৮৪.৬৪ শতাংশ।
আৰু চাওক পৰৱৰ্তী বাতৰি