মুখ্যপৃষ্ঠা » খবৰ

» অসম

»Assam HS Results : কাইলৈ মেট্ৰিকৰ ফলাফল, কেতিয়া ঘোষণা কৰা হ’ব উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল?

Assam HS Results : কাইলৈ মেট্ৰিকৰ ফলাফল, কেতিয়া ঘোষণা কৰা হ’ব উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল?

News18 Assam | News18-Assam
Updated:July 29, 2021, 1:28 PM IST
Assam HS Results : কাইলৈ মেট্ৰিকৰ ফলাফল, কেতিয়া ঘোষণা কৰা হ’ব উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল?
representative image

মেট্ৰিকৰ দৰেই উত্তৰ বহী পুণৰীক্ষণৰ ব্যৱস্থা নাথাকিব HS পৰীক্ষাৰ ক্ষেত্ৰতো।

  • Share this:
৩১ জুলাইত ঘোষিত হ'ব উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল। ১১টা বেৱছাইট আৰু ৪টা এপত উপলব্ধ হ'ব ফলাফল। পুৱা ৯ বজাৰ পৰা উপলদ্ধ হ'ব ফলাফলসমূহ। পৰীক্ষাকেন্দ্ৰতো উপলদ্ধ হ'ব ফলাফল।

মূল্যায়নত সন্তুষ্ট নহ'লে পৰীক্ষাৰ্থীয়ে অৱতীৰ্ণ হ'ব পৰীক্ষাত। অৱশ্যে এইক্ষেত্ৰত নিৰ্ধাৰণ হোৱা নাই সময়সূচী। এতিয়ালৈ নিৰ্ধাৰণ হোৱা নাই আবেদন কৰাৰ সময়ো। মেট্ৰিকৰ দৰেই উত্তৰ বহী পুণৰীক্ষণৰ ব্যৱস্থা নাথাকিব HS পৰীক্ষাৰ ক্ষেত্ৰতো।
Published by: Sanjay Kumar Das
First published: July 29, 2021, 1:28 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি