মেট্ৰিকৰ দৰেই উত্তৰ বহী পুণৰীক্ষণৰ ব্যৱস্থা নাথাকিব HS পৰীক্ষাৰ ক্ষেত্ৰতো।
৩১ জুলাইত ঘোষিত হ'ব উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল। ১১টা বেৱছাইট আৰু ৪টা এপত উপলব্ধ হ'ব ফলাফল। পুৱা ৯ বজাৰ পৰা উপলদ্ধ হ'ব ফলাফলসমূহ। পৰীক্ষাকেন্দ্ৰতো উপলদ্ধ হ'ব ফলাফল।
মূল্যায়নত সন্তুষ্ট নহ'লে পৰীক্ষাৰ্থীয়ে অৱতীৰ্ণ হ'ব পৰীক্ষাত। অৱশ্যে এইক্ষেত্ৰত নিৰ্ধাৰণ হোৱা নাই সময়সূচী। এতিয়ালৈ নিৰ্ধাৰণ হোৱা নাই আবেদন কৰাৰ সময়ো। মেট্ৰিকৰ দৰেই উত্তৰ বহী পুণৰীক্ষণৰ ব্যৱস্থা নাথাকিব HS পৰীক্ষাৰ ক্ষেত্ৰতো।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|