உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ পদত আৰু এজন অসম সন্তান

    উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ পদত আৰু এজন অসম সন্তান

    কেৰালা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আছিল ৰয়।

    কেৰালা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আছিল ৰয়।

    কেৰালা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আছিল ৰয়।

    • Share this:
      উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ পদত আৰু এজন অসম সন্তান। হৃষীকেশ ৰয়ক উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰ দায়িত্ব প্ৰদান। কেৰালা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আছিল ৰয়। ৰাষ্ট্ৰপতিৰ অনুমোদনৰ বাবে প্ৰেৰণ কৰা হৈছে ৰয়ৰ নাম। গুৱাহাটী উচ্চ ন্যায়ালয়ৰো ন্যায়াধীশ আছিল হৃষীকেশ ৰয়।

      NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTubeFacebook আৰু Twitter ত আমাক ফল’ কৰক।
      First published: