
কেৰালা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আছিল ৰয়।
কেৰালা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আছিল ৰয়।
উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ পদত আৰু এজন অসম সন্তান। হৃষীকেশ ৰয়ক উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰ দায়িত্ব প্ৰদান। কেৰালা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আছিল ৰয়। ৰাষ্ট্ৰপতিৰ অনুমোদনৰ বাবে প্ৰেৰণ কৰা হৈছে ৰয়ৰ নাম। গুৱাহাটী উচ্চ ন্যায়ালয়ৰো ন্যায়াধীশ আছিল হৃষীকেশ ৰয়।
NEWS18 অসমত সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ
YouTube,
Facebook আৰু
Twitter ত আমাক ফল’ কৰক।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|