• Home
  • »
  • News
  • »
  • assam
  • »
  • Howly Raas Lottery Result : হাউলী ৰাসৰ লটাৰীত ১০০ টকাতে কোনে পালে বিলাসী অ’ডি গাড়ী?

Howly Raas Lottery Result : হাউলী ৰাসৰ লটাৰীত ১০০ টকাতে কোনে পালে বিলাসী অ’ডি গাড়ী?

এই খেলখনত প্ৰথম পুৰস্কাৰ হিচাপে আছে বিলাসী অ’ডি গাড়ী, দ্বিতীয় পুৰস্কাৰ আছে এম জি হেক্টৰ আৰু তৃতীয় পুৰস্কাৰ হিচাপে আছে টাটা হেৰিয়াৰ।

এই খেলখনত প্ৰথম পুৰস্কাৰ হিচাপে আছে বিলাসী অ’ডি গাড়ী, দ্বিতীয় পুৰস্কাৰ আছে এম জি হেক্টৰ আৰু তৃতীয় পুৰস্কাৰ হিচাপে আছে টাটা হেৰিয়াৰ।

এই খেলখনত প্ৰথম পুৰস্কাৰ হিচাপে আছে বিলাসী অ’ডি গাড়ী, দ্বিতীয় পুৰস্কাৰ আছে এম জি হেক্টৰ আৰু তৃতীয় পুৰস্কাৰ হিচাপে আছে টাটা হেৰিয়াৰ।

  • Share this:
ঘোষণা কৰা হৈছে হাউলী ৰাস মহোৎসৱৰ লটাৰী খেলৰ ফলাফল। কালি নিশা ঘোষণা কৰা হয় হাউলী ৰাস মহোৎসৱৰ অন্যতম আকৰ্ষণ এই ভাগ্য পৰীক্ষাৰ খেলৰ ফলাফল। প্ৰতিবছৰে আয়োজন কৰা এই খেলখনৰ ফলাফলক লৈ উৎকণ্ঠিত হৈ থাকে বহু লোক। ২১খনকৈ বিলাসী বাহন পুৰস্কাৰ হিচাপে আছে এইবাৰৰ ৰাস মহোৎসৱৰ লটাৰী খেলত। কালি নিশা এই ভাগ্য পৰীক্ষাৰ খেলৰ পুৰস্কাৰসমূহ ঘোষণা কৰা হয়।

এই খেলখনত প্ৰথম পুৰস্কাৰ হিচাপে আছে বিলাসী অ’ডি গাড়ী, দ্বিতীয় পুৰস্কাৰ আছে এম জি হেক্টৰ আৰু তৃতীয় পুৰস্কাৰ হিচাপে আছে টাটা হেৰিয়াৰ। লগতে আছে মহিন্দ্ৰা থাৰ, হুণ্ডাই ক্ৰেটা, কিয়া ছনেট, হুণ্ডাই ভেনু, টাটা এনট্ৰ’জ, হুণ্ডাই গ্ৰেণ্ড আই–১০সহ বহু বিলাসী বাহন।

এই ভাগ্য পৰীক্ষাৰ খেলত কোনে পালে প্ৰথম পুৰস্কাৰ অডি গাড়ী। প্ৰথম পুৰস্কাৰ বিজেতাৰ নাম এতিয়ালৈ পোহৰলৈ অহা নাই যদিও কমিটীয়ে ঘোষণা কৰিছে বিজয়ী নম্বৰসমূহ। সেই অনুসৰি 331285 নম্বৰটোৱে লাভ কৰিছে অ’ডি গাড়ীখন। তাৰ পিছতে 209214 নম্বৰটোৱে দ্বিতীয় পুৰস্কাৰ এম জি হেক্টৰ আৰু 198376 নম্বৰটোৱে লাভ কৰিছে তৃতীয় পুৰস্কাৰ টাটা হেৰিয়াৰ।

হাউলীৰ উপহাৰ কুপন খেলৰ ফলাফল-
প্ৰথম- 331285
দ্বিতীয় - 209214
তৃতীয়- 198376
চতুৰ্থ মহিন্দ্ৰা থাৰ- 382020
৫ম পুৰস্কাৰ ফক্স ৱাগন- 397847
৬ষ্ঠ হুণ্ডাই ক্ৰেটা- 419633
৭ম পুৰস্কাৰ- 382751
৮ম পুৰস্কাৰ- 138365
৯ম পুৰস্কাৰ- 228986
১০ম পুৰস্কাৰ - 126735
একাদশ - 310363
দ্বাদশ- 379159
ত্ৰয়োদশ- 401164
চতুৰ্দশ- 154783
পঞ্চদশ পুৰস্কাৰ- 349149
ষষ্ঠদশ পুৰস্কাৰ 394122
সপ্তদশ পুৰস্কাৰ- 175037
অষ্টাদশ 235176
ঊণবিংশ পুৰস্কাৰ- 252403
বিংশ পুৰস্কাৰ- 269204
একবিংশ পুৰস্কাৰ – 285875
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি