কেনেকৈ চাব হাইস্কুল শিক্ষান্ত–হাই মাদ্ৰাছা পৰীক্ষাৰ ফলাফল?

কেনেকৈ চাব ফলাফল?

news18assam
Updated:May 10, 2019, 6:36 PM IST
কেনেকৈ চাব হাইস্কুল শিক্ষান্ত–হাই মাদ্ৰাছা পৰীক্ষাৰ ফলাফল?
কেনেকৈ চাব ফলাফল?
news18assam
Updated: May 10, 2019, 6:36 PM IST
অহা বুধবাৰে ঘোষণা কৰা হ’ব হাইস্কুল শিক্ষান্ত আৰু হাই মাদ্ৰাছা পৰীক্ষাৰ ফলাফল। পুৱা ৯ বজাত ঘোষণা কৰা হ’ব ফলাফলসমূহ। ১১ বজাত ছাত্ৰ–ছাত্ৰীয়ে নিজ বিদ্যালয়ত লাভ কৰিব মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট।

SMS আৰু ছেবাৰ বিভাগীয় ৱেবছাইটত পৰীক্ষাৰ্থীয়ে লাভ কৰিব ফলাফল। এই বছৰত হাইস্কুল আৰু হাই মাদ্ৰাছা পৰীক্ষাত অৱৰ্তীণ হৈছিল ৩ লাখ ৫৪ হাজাৰ ১৪৩ গৰাকী পৰীক্ষাৰ্থী।

বেৱছাইটসমূহ:

Sebaonline.org
Resultsassam.nic.in
www.examresults.net
www.assamonline.in

assamjobalerts.com
assamresult.in

কেনেকৈ চাব ফলাফল:

প্ৰথম অফিচিয়েল ৱেবছাইটলৈ যাওক

দশম শ্ৰেণীৰ ফলাফল থকা অপশ্যনত ক্লিক কৰক

এখন নতুন পেজ খোল খাব

নিজৰ ৰোল নম্বৰৰ দৰে সকলো দৰকাৰী তথ্য প্ৰদান কৰক

চাবমিট কৰক

আপোনাৰ ৰিজাল্ট ওলাব, ডাউনলোড কৰি প্ৰিণ্ট আউট উলিয়াব পাৰে

ম’বাইলত কেনেকৈ চাব ৰিজাল্ট

বিএছএলৰ ব্যৱহাৰকাৰীসকলৰ বাবেঃ

SEBA18 লিখি, এটা স্পেচ দি নিজৰ ৰোল নম্বৰ ভৰাই 57766লৈ প্ৰেৰণ কৰক

Idea, Vodafone আৰু Jio users ব্যৱহাৰকাৰীসকলৰ বাবেঃ

 

AS10 লিখি, স্পেচ দি নিজৰ ৰোল নম্বৰ লিখি 58888111লৈ প্ৰেৰণ কৰক

SEBA appৰ জৰিয়তেও শিক্ষাৰ্থীয়ে নিজৰ ফলাফল চাব পাৰে।

 
আৰু চাওক পৰৱৰ্তী বাতৰি