হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু হাইমাদ্ৰাছাৰ ফলাফল কেনেকৈ চাব?

ৰিজাল্ট কেনেকৈ চাব?

news18assam
Updated:May 15, 2019, 8:29 AM IST
হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু হাইমাদ্ৰাছাৰ ফলাফল কেনেকৈ চাব?
ৰিজাল্ট কেনেকৈ চাব?
news18assam
Updated: May 15, 2019, 8:29 AM IST
পুৱা ৯ বজাত ছেবাই ৱেবছাইট আৰু SMSযোগে ঘোষণা কৰিব পৰীক্ষাৰ ফলাফল। ১৩টা ৱেবছাইটত উপলব্ধ হ’ব মেট্ৰিক আৰু হাই মাদ্ৰাছাৰ ফলাফল। পুৱা ১১ বজাত পৰীক্ষাৰ্থীয়ে লাভ কৰিব মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট।

ফলাফল চাবলৈ তলৰ ৱেবছাইটৰ লিংকত ক্লিক কৰক –

http://sebaonline.org

http://resultsassam.nic.in

http://www.examresults.net

http://www.examresults.net/assam/

http://www.indiaresults.com

http://exametc.com

http://iresults.net

http://yesresult.com

http://www.result.shiksha

http://www.assam.shiksha

http://www.assamonline.in

http://assamjobalerts.com

http://assamresult.in

 

 
আৰু চাওক পৰৱৰ্তী বাতৰি