সোণাৰিত লোমহৰ্ষক হত্যাকাণ্ড, ব্যৱসায়িক প্ৰতিষ্ঠানৰ গৰাকীয়ে কৰ্মচাৰীক হত্যা কৰি পুতি দলে দিচাং নদীৰ পাৰত

মৃত ৰতনৰ ঘৰ সোণাৰিৰ ৰজাপুখুৰীৰ ৰাইদঙীয়াত বুলি জানিব পৰা গৈছে।
মৃত ৰতনৰ ঘৰ সোণাৰিৰ ৰজাপুখুৰীৰ ৰাইদঙীয়াত বুলি জানিব পৰা গৈছে।
- News18 Assam
- Last Updated: September 4, 2020, 5:10 PM IST
সোণাৰি আৰক্ষীয়ে আজি মৃতদেহ খান্দি উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ লগতে মনোজক আটক কৰিছে। মৃত ৰতনৰ ঘৰ সোণাৰিৰ ৰজাপুখুৰীৰ ৰাইদঙীয়াত বুলি জানিব পৰা গৈছে।