• Home
  • »
  • News
  • »
  • assam
  • »
  • Astrological Prediction: ৰাশিফল ৫ ডিচেম্বৰঃ সাৱধান হওক এইকেইটা ৰাশিৰ লোক, ঘৰৰ বাহিৰলৈ যোৱাৰ পূৰ্বে জানি লওক এই কথা...

Astrological Prediction: ৰাশিফল ৫ ডিচেম্বৰঃ সাৱধান হওক এইকেইটা ৰাশিৰ লোক, ঘৰৰ বাহিৰলৈ যোৱাৰ পূৰ্বে জানি লওক এই কথা...

আপোনাৰ  আজিৰ দিনটো কিদৰে পাৰ হ'বঃ

আপোনাৰ  আজিৰ দিনটো কিদৰে পাৰ হ'বঃ

আপোনাৰ  আজিৰ দিনটো কিদৰে পাৰ হ'বঃ

  • Share this:
ভাৰতবৰ্ষত ৰাশিফল গণনা কৰা হয় চন্দ্ৰৰ অৱস্থানৰ ওপৰত ভিত্তি কৰি। কিন্তু ইংৰাজীৰ মতে, এই ক্ষেত্ৰত প্ৰাধান্য দিয়া হয় সূৰ্যক। গতিকে ইংৰাজীত ৰাশিফলক কোৱা হয় চান চাইন। এই ক্ষেত্ৰত জন্মদিন অনুসৰি বুজা যায়, এজন ব্যক্তি কোন ৰাশিৰ জাতক-জাতিকা।

আপোনাৰ  আজিৰ দিনটো কিদৰে পাৰ হ'বঃ

  • মেঘঃ আজিৰ দিনটোত মেঘ ৰাশিৰ জাতক-জাতিকাই পৰিস্থিতি অনুসৰি সঠিক সিদ্ধান্ত লওক। কোনো ডাঙৰ সিদ্ধান্ত নোলোৱাই ভাল।

  • বৃষঃ আজিৰ দিনটোত বৃষ ৰাশিৰ জাতক-জাতিকাই নিজৰ স্বাস্থ্যকলৈ অধিক সজাগ হওক।

  • মিথুনঃ আজিৰ দিনটোত আপোনাৰ মূল মন্ত্ৰ হ'ব আত্মবিশ্বাস। কোনো সমালোচনাক কাণ নিদি আগবাঢ়ি যাওক। সমাধান নিজে লাভ কৰিব।

  • কৰ্কটঃ কৰ্মক্ষেত্ৰত অচিন শত্ৰুক চিনি লওক। ভৱিষ্যত জীৱনৰ বাবে পৰিকল্পনা কৰাৰ এয়াই উত্তম সময়।

  • সিংহঃ স্বাস্থ্যৰ যতন লওক। সম্পত্তি লাভৰ যুগ।

  • কন্যাঃ দীৰ্ঘদিনীয়া সমস্যাৰ পৰা মুক্ত হোৱাৰ দিশে গতি কৰিব। প্ৰত্যাশা অনুসৰি কৰ্মত আগবাঢ়ক।

  • তুলাঃ মাতৃৰ স্বাস্থ্যকলৈ চিন্তা। ব্যৱসায়ত শুভ। নতুন কামত হাত দিলে সুফল লাভ কৰিব।

  • বৃশ্চিকঃ ঘৰলৈ নতুন সম্পত্তি অহাৰ যুগ। পত্নীৰ সৈতে সৰু কথাতে মনোমালিন্য হোৱাৰ সম্ভাৱনা।

  • ধনুঃ বিশেষকৈ সৃজনীশীল ব্যক্তিৰ বাবে আজিৰ দিনটো শুভ।

  • মকৰঃ দিনটোৰ আৰম্ভণিতে কিছু সমস্যা আহিলেও পৰিস্থিতি অনুসৰি সমাধান লাভ কৰিব।

  • কুম্ভঃ পঢ়া-শুনাত ভালফল লাভ।

  • মীনঃ কৰ্মক্ষেত্ৰত পদোন্নতি লাভৰ যুগ। পাৰিবাৰিক দিশত সাৱধান হওক।

Published by:Himangshu Bhuyan
First published:

শেহতীয়া বাতৰি