• Home
  • »
  • News
  • »
  • assam
  • »
  • KAZIRANGA : কাজিৰঙাত গঁড়ৰ আক্ৰমণত গুৰুতৰভাৱে আহত গৃহৰক্ষী বাহিনীৰ জোৱান

KAZIRANGA : কাজিৰঙাত গঁড়ৰ আক্ৰমণত গুৰুতৰভাৱে আহত গৃহৰক্ষী বাহিনীৰ জোৱান

আহত জোৱানগৰাকীক জখলাবন্ধা চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে।

আহত জোৱানগৰাকীক জখলাবন্ধা চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে।

আহত জোৱানগৰাকীক জখলাবন্ধা চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে।

  • Share this:
কাজিৰঙাত গঁড়ৰ আক্ৰমণত গুৰুতৰভাৱে আহত গৃহৰক্ষী বাহিনীৰ জোৱান। বুঢ়াপাহাৰ বনাঞ্চলৰ অন্তৰ্গত টুনিকাটি বন শিবিৰ এলেকাত সংঘটিত হৈছে এই অঘটন। ঘটনাত আহত হয় গৃহৰক্ষী জোৱান সুচেন্দ্ৰ বৰা।

আহত জোৱানগৰাকীক জখলাবন্ধা চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। উল্লেখ্য, কাজিৰঙাত প্ৰায়ে গঁড়ৰ আক্ৰমণৰ কবলত পৰি আহিছে বন সুৰক্ষা কৰ্মী।
Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি