বিদেশী ঘোষিত হোৱা লোকৰ নাম সোমাইছে NRCত, হাজেলাই চলাইছে একনায়কত্ববাদ : শিলাদিত্য

মহম্মদ হান্নান নামৰ লোকজনৰ উদ্ধৃতি দি বিধায়কজনে কয় যে বাংলাদেশী ঘোষিত হোৱা লোকৰ নাম এতিয়া NRCত।

News18-Assam
Updated:August 1, 2019, 12:16 PM IST
বিদেশী ঘোষিত হোৱা লোকৰ নাম সোমাইছে NRCত, হাজেলাই চলাইছে একনায়কত্ববাদ : শিলাদিত্য
মহম্মদ হান্নান নামৰ লোকজনৰ উদ্ধৃতি দি বিধায়কজনে কয় যে বাংলাদেশী ঘোষিত হোৱা লোকৰ নাম এতিয়া NRCত।
News18-Assam
Updated: August 1, 2019, 12:16 PM IST
বৃহস্পতিবাৰে NRCক লৈ বিধানসভাত সৰৱ হৈ পৰে বিধায়ক শিলাদিত্য দেৱ। সদনত হোজাইৰ বিধায়কগৰাকীয়ে কয় যে ৮৫৫জন শ্বহীদৰ তেজৰ বলিদান, কোটি কোটি টকা পানীত পৰিল যেন শংকা হৈছে। প্ৰতীক হাজেলাই হিডেন এজেণ্ডা লৈ কাম কৰিছে। কম্পিউটাৰ অপাৰেটৰে পাব লগা দৰমহাৰ সলনি ৪৫০০টকা পাইছে।

মহম্মদ হান্নান নামৰ লোকজনৰ উদ্ধৃতি দি বিধায়কজনে কয় যে বাংলাদেশী ঘোষিত হোৱা লোকৰ নাম এতিয়া NRCত। NRCৰ নামত একনায়কত্ববাদ চলাইছে প্ৰতীক হাজেলাই।
আৰু চাওক পৰৱৰ্তী বাতৰি