• Home
  • »
  • News
  • »
  • assam
  • »
  • ভাত ৰান্ধি থাকোতেই চিলিণ্ডাৰ বিস্ফোৰণ হৈ সংঘটিত হ’ল অগ্নিকাণ্ড, কথমপি প্ৰাণ ৰক্ষা গৃহস্থৰ

ভাত ৰান্ধি থাকোতেই চিলিণ্ডাৰ বিস্ফোৰণ হৈ সংঘটিত হ’ল অগ্নিকাণ্ড, কথমপি প্ৰাণ ৰক্ষা গৃহস্থৰ

হোজাই জিলাত সংঘটিত হৈছে এই ঘটনা

হোজাই জিলাত সংঘটিত হৈছে এই ঘটনা

হোজাই জিলাত সংঘটিত হৈছে এই ঘটনা

  • Share this:
ভয়ংকৰ ঘটনা! ভাত ৰান্ধি থাকোতেই হ’ল চিলিণ্ডাৰ বিস্ফোৰণ। চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়। হোজাই জিলাৰ যমুনামুখৰ চিকামাৰী ৰেলে'ৱে দলংৰ সমীপত সংঘটিত হৈছে এই ঘটনা।অগ্নিকাণ্ডৰ ফলত এখন মটৰ চাইকেলৰ লগতে ঘৰৰ বহু মূল্যবান সা-সামগ্ৰী ভস্মীভূত হয়। পিছত স্থানীয় ৰাইজৰ তত্‍পৰতাত জুই নুমুৱাবলৈ সক্ষয় হয়। ঘটনাত কথমপি ৰক্ষা পৰিল গৃহস্থ।
Published by:Himangshu Bhuyan
First published:

শেহতীয়া বাতৰি