পুনৰ শক্তি বিভাগৰ মৰণফান্দত প্ৰাণ গ’ল এজনৰ, বিশ্বনাথৰ পিছত এইবাৰ হোজাই

হোজাইৰ হাবাইপুৰত সংঘটিত হৈছে ভয়ংকৰ ঘটনা।

News18-Assam
Updated:June 30, 2019, 7:28 PM IST
পুনৰ শক্তি বিভাগৰ মৰণফান্দত প্ৰাণ গ’ল এজনৰ, বিশ্বনাথৰ পিছত এইবাৰ হোজাই
হোজাইৰ হাবাইপুৰত সংঘটিত হৈছে ভয়ংকৰ ঘটনা।
News18-Assam
Updated: June 30, 2019, 7:28 PM IST
হোজাইৰ হাবাইপুৰত সংঘটিত হৈছে ভয়ংকৰ ঘটনা। বিদ্যুৎ বিভাগৰ কাণ্ডজ্ঞানহীনতাৰ বাবে বিদ্যুৎ স্পৃষ্ট হৈ বিদ্যুৎ বিভাগৰ ঠিকাভিত্তি এগৰাকী কৰ্মচাৰী নিহত। ১১ হাজাৰ ভল্টৰ বিদ্যুৎ পৰিবাহী তাঁৰত কাম কৰি থকা অৱস্থাত বিদ্যুৎ স্পৃষ্ট হৈ থিতাতে মৃত্যু ভিমৰআলি গাঁওৰ জয়নাল হক। ঘটনাস্থলীত বিদ্যুৎ বিভাগৰ লোক উপস্থিত নোহোৱাত উত্তেজিত ৰাইজ। উত্তেজিত ৰাইজে নিহত জয়নাল লগত কাম কৰা আন এজন কৰ্মচাৰীক কৰিলে আক্ৰমণ। ৰাইজৰ আক্ৰমণত আহত গোবিন্দ মুদৈ।।আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰি উদ্ধাৰ কৰে মৃতদেহ।।
আৰু চাওক পৰৱৰ্তী বাতৰি