• Home
  • »
  • News
  • »
  • assam
  • »
  • Assam Floods : হোজাইত নাও দুৰ্ঘটনাত নিখোঁজ দুই শিশু, বানৰ কবলৰ পৰা উদ্ধাৰ কৰি অনাৰ সময়তে নাও দুৰ্ঘটনা

Assam Floods : হোজাইত নাও দুৰ্ঘটনাত নিখোঁজ দুই শিশু, বানৰ কবলৰ পৰা উদ্ধাৰ কৰি অনাৰ সময়তে নাও দুৰ্ঘটনা

ৰাইকোটা অঞ্চলত সংঘটিত হৈছিল এই নাও দুৰ্ঘটনা। বানৰ কবলৰ পৰা এইসকল লোকক উদ্ধাৰ কৰি অনা হৈছিল। উদ্ধাৰ কৰি অনাৰ সময়তে এই নাও দুৰ্ঘটনা সংঘটিত হৈছিল।

  • Share this:
হোজাইত নাও দুৰ্ঘটনাৰ ফলত নিখোজ হৈ আছে দুটি শিশু। শুকুৰবাৰে নিশা নাও দুৰ্ঘটনাত শিশুসহ উটি গৈছিল ২৭জনকৈ লোক। স্থানীয় লোক আৰু উদ্ধাৰকাৰী দলে উদ্ধাৰ কৰে ২৫জনক। এতিয়াও সন্ধান ওলোৱা নাই দুটি শিশুৰ। শিশু দুটিৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে উদ্ধাৰকাৰী দলে। ৰাইকোটা অঞ্চলত সংঘটিত হৈছিল এই নাও দুৰ্ঘটনা। বানৰ কবলৰ পৰা এইসকল লোকক উদ্ধাৰ কৰি অনা হৈছিল। উদ্ধাৰ কৰি অনাৰ সময়তে এই নাও দুৰ্ঘটনা সংঘটিত হৈছিল।

ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়া সংহাৰ চলাইছে বানে। বানৰ কবলত এতিয়া ককবকাইছে ৰাজ্যৰ লাখ লাখ লোকে। আশ্ৰয়হীন হৈ পৰিছে হাজাৰ হাজাৰ লোক। নষ্ট হৈছে কৃষি পথাৰ।
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি