• Home
  • »
  • News
  • »
  • assam
  • »
  • Eknath Shinde: শিৱসেনাৰ বিসম্বাদী বিধায়ক গোটৰ নেতা একনাথ সিন্দেৰ সমৰ্থনত হঠাৎ মহানগৰীত হোৰ্ডিং

Eknath Shinde: শিৱসেনাৰ বিসম্বাদী বিধায়ক গোটৰ নেতা একনাথ সিন্দেৰ সমৰ্থনত হঠাৎ মহানগৰীত হোৰ্ডিং

 কোনো অনুমতি অবিহনে কোনে হোৰ্ডিং লগালে তাক লৈ সৃষ্টি হয় নানা প্ৰশ্ন।

কোনো অনুমতি অবিহনে কোনে হোৰ্ডিং লগালে তাক লৈ সৃষ্টি হয় নানা প্ৰশ্ন।

কোনো অনুমতি অবিহনে কোনে হোৰ্ডিং লগালে তাক লৈ সৃষ্টি হয় নানা প্ৰশ্ন।

  • Share this:
মহাৰাষ্ট্ৰৰ শিৱসেনাৰ বিসম্বাদী বিধায়ক গোটৰ নেতা একনাথ সিন্দেৰ সমৰ্থনত হঠাৎ মহানগৰীত দেখা গ'ল হোৰ্ডিং। ৰেডিচন ব্লুৰ পৰা প্ৰায় ৪০০ মিটাৰ নিলগত লগোৱা হয় এই হোৰ্ডিং ( Hoarding in the city in support of Eknath Shinde)।

কিন্তু হোৰ্ডিং লগোৱাক লৈ সৃষ্টি হৈছে তীব্ৰ কৌতূহলৰ। কোনো অনুমতি অবিহনে কোনে হোৰ্ডিং লগালে তাক লৈ সৃষ্টি হয় নানা প্ৰশ্ন।

হোৰ্ডিংখনত শিৱসেনাৰ প্ৰতিষ্ঠাপক বালাচাহেব থাকৰে, একনাথ সিন্দে আৰু আনন্দ দীঘেৰ ফটো সন্নিৱিষ্ট কৰা হয়।  লগতে লিখা আছে  এষাৰি সংলাপ "গৰ্ব চে কহৌ হম হিন্দু হে, সিন্দে চাহাব হম আপকে চাথ হে"। ইয়াৰ লগতে দিয়া হৈছে হেচটেগ HindutvaForever।

হোৰ্ডিঙৰ একেবাৰে তলৰ অংশত আছে শিৱ নাৰায়ণ আৰু বালা মুতলিয়াৰ নামৰ দুজন ব্যক্তিৰ ফটোও।  হোৰ্ডিংখন এই দুগৰাকী ব্যক্তিয়েই আঁৰিছে নে আন কোনোবাই আঁৰিছে সেয়া এতিয়াও অস্পষ্ট।
Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি