মুখ্যপৃষ্ঠা » খবৰ

» অসম

»NRCৰ ৰাজ্যিক সমন্বয়ক হিচাপে নিযুক্ত হ'ল হিতেশ দেৱ শৰ্মা

NRCৰ ৰাজ্যিক সমন্বয়ক হিচাপে নিযুক্ত হ'ল হিতেশ দেৱ শৰ্মা

News18-Assam
Updated:November 9, 2019, 6:06 PM IST
NRCৰ ৰাজ্যিক সমন্বয়ক হিচাপে নিযুক্ত হ'ল হিতেশ দেৱ শৰ্মা
প্ৰতীক হাজেলাৰ স্থানত নিযুক্তি দিয়া হৈছে হিতেশ দেৱ শৰ্মাক

প্ৰতীক হাজেলাৰ স্থানত নিযুক্তি দিয়া হৈছে হিতেশ দেৱ শৰ্মাক

  • Share this:
ACS বিষয়া হিতেশ দেৱ শৰ্মা ক ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ ৰাজ্যিক সমন্বয়ক দিয়া হৈছে।  প্ৰতীক হাজেলাৰ স্থানত নিযুক্তি দিয়া হৈছে হিতেশ দেৱ শৰ্মাক। ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ প্ৰাৰম্ভিক কাম কাজ সুচাৰু ৰূপে আৰম্ভ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল NRC ৰ নৱ নিযুক্ত সমন্বয়ক জনে। ইয়াৰ আগতে শৰ্মা নগৰ উন্নয়ন আৰু বিত্ত বিভাগৰ সচিব হিচাপে কাৰ্য নিৰ্বাহ কৰি আছিল।

 
First published: November 9, 2019, 6:03 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি