• Home
  • »
  • News
  • »
  • assam
  • »
  • নিৰ্বাচন আয়োগৰ নিষোধাজ্ঞাৰ পিছত কি কৰিব হিমন্ত বিশ্ব শৰ্মাই? ছচিয়েল মিডিয়াযোগে কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে মন্ত্ৰীগৰাকীয়ে?

নিৰ্বাচন আয়োগৰ নিষোধাজ্ঞাৰ পিছত কি কৰিব হিমন্ত বিশ্ব শৰ্মাই? ছচিয়েল মিডিয়াযোগে কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে মন্ত্ৰীগৰাকীয়ে?

শনিবাৰে নিৰ্ধাৰিত সকলো নিৰ্বাচনী প্ৰচাৰ কাৰ্যসূচী বাতিল কৰিলে হিমন্ত বিশ্ব শৰ্মাই। টুইটাৰত দিলে পোষ্ট।

  • Share this:
৪৮ ঘণ্টাৰ বাবে নিৰ্বাচন আয়োগে প্ৰচাৰ কাৰ্যত নিষেধাজ্ঞা জাৰি কৰাৰ পিছত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ছচিয়েল মিডিয়াযোগে  প্ৰকাশ কৰিলে প্ৰতিক্ৰিয়া।

নিজৰ টুইটাৰ হেণ্ডেলৰ জড়িয়তে নিৰ্বাচন আয়োগৰ নিষেধাজ্ঞাৰ বাবে শনিবাৰে নিৰ্ধাৰিত কৰি ৰখা সকলো প্ৰচাৰ কাৰ্যসূচী বাতিল কৰিলে প্ৰতাপী মন্ত্ৰীগৰাকীয়ে।

৪৮ ঘণ্টাৰ বাবে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সকলোধৰণৰ প্ৰচাৰকাৰ্।ৰ পৰা বাৰণ কৰিছে নিৰ্বাচন আয়োগে।
Published by:Manjumoni Borah
First published: