• Home
  • »
  • News
  • »
  • assam
  • »
  • Himanta Biswa Sarma: ভিন্ন সময়ৰ দুখন ভিন্ন ফটো! এখনত আইতাকৰ সৈতে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, পিছে আনখনত?

Himanta Biswa Sarma: ভিন্ন সময়ৰ দুখন ভিন্ন ফটো! এখনত আইতাকৰ সৈতে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, পিছে আনখনত?

আজিৰ দিনটোত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দুখন ভিন্ন ফটো ছচিয়েল মিডিয়াত ব্যাপক ভাবে চৰ্চিত হৈছে।

আজিৰ দিনটোত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দুখন ভিন্ন ফটো ছচিয়েল মিডিয়াত ব্যাপক ভাবে চৰ্চিত হৈছে।

আজিৰ দিনটোত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দুখন ভিন্ন ফটো ছচিয়েল মিডিয়াত ব্যাপক ভাবে চৰ্চিত হৈছে।

  • Share this:
মন্ত্ৰী হিমন্ত বশ্ব শৰ্মা! অসমৰে নহয় দেশৰ ৰাজনীতিৰে এটা অন্যতম চৰ্চিত নাম। আজিৰ দিনটোত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দুখন ভিন্ন ফটো ছচিয়েল মিডিয়াত ব্যাপক ভাবে চৰ্চিত হৈছে। ইয়াৰে এখন ফটো মন্ত্ৰীগৰাকীয়ে নিজে ছচিয়েল মিডিয়া চাইটত আপলোড কৰাৰ বিপৰীতে আনখন ফটো শ্বেয়াৰ কৰিছে মন্ত্ৰীগৰাকীৰ জ্যেষ্ঠ ভাতৃ জয়ন্ত বিশ্ব শৰ্মাই।



দেওবাৰে পুৱা জয়ন্ত বিশ্ব শৰ্মাই ১৯ দশকত তোলা হিমন্ত বিশ্ব শৰ্মাৰ এখন ফটো শ্বেয়াৰ কৰে। গংগোত্ৰী যাত্ৰাৰ সময়ত তোলা ফটোখনে এতিয়া ব্যাপক চৰ্চা লাভ কৰিছে।



আনখন ফটোত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আইতাকৰ সৈতে দেখা গৈছে।
Published by:Himangshu Bhuyan
First published: