உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • Himanta Biswa Sarma: জ্যেষ্ঠ বিজেপি নেতাৰ ভৰি ধুৱালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই, ল'লে সকলোৰে আশীৰ্বাদ

    Himanta Biswa Sarma: জ্যেষ্ঠ বিজেপি নেতাৰ ভৰি ধুৱালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই, ল'লে সকলোৰে আশীৰ্বাদ

    ভৰি ধুৱাই, সকলোকে গামোচা পিন্ধাই  সেৱা কৰি অনাগত দিনৰ বাবে আশীৰ্বাদো ল'লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

    ভৰি ধুৱাই, সকলোকে গামোচা পিন্ধাই  সেৱা কৰি অনাগত দিনৰ বাবে আশীৰ্বাদো ল'লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

    ভৰি ধুৱাই, সকলোকে গামোচা পিন্ধাই  সেৱা কৰি অনাগত দিনৰ বাবে আশীৰ্বাদো ল'লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

    • Share this:
    শুকুৰবাৰে ব্যতিক্ৰমী ৰূপত দেখা গ'ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা(Himanta Biswa Sarma)ক। মঙলদৈত উপস্থিত হৈ মুখ্যমন্ত্ৰীগৰাকীয়ে ভৰি ধুৱাই দিলে জ্যেষ্ঠ বিজেপি নেতাসকলৰ। মুখ্যমন্ত্ৰীৰ এই মহানুভৱতা দেখি আচৰিত হৈ পৰিল সকলো। ভৰি ধুৱাই, সকলোকে গামোচা পিন্ধাই  সেৱা কৰি অনাগত দিনৰ বাবে আশীৰ্বাদো ল'লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।



    শুকুৰবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উদ্বোধন কৰে দৰং জিলাৰ বিজেপিৰ মুখ্য কাৰ্যালয়। মঙলদৈত দলৰ মুখ্য কাৰ্যালয় উদ্বোধন কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে ১৭ গৰাকী জ্যেষ্ঠ কাৰ্যকৰ্তাক ভৰি ধুৱাই আশীৰ্বাদ লয় মুখ্যমন্ত্ৰী শৰ্মাই।

    Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese
    Published by:Himangshu Bhuyan
    First published: