ভৰি ধুৱাই, সকলোকে গামোচা পিন্ধাই সেৱা কৰি অনাগত দিনৰ বাবে আশীৰ্বাদো ল'লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
ভৰি ধুৱাই, সকলোকে গামোচা পিন্ধাই সেৱা কৰি অনাগত দিনৰ বাবে আশীৰ্বাদো ল'লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
শুকুৰবাৰে ব্যতিক্ৰমী ৰূপত দেখা গ'ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা(Himanta Biswa Sarma)ক। মঙলদৈত উপস্থিত হৈ মুখ্যমন্ত্ৰীগৰাকীয়ে ভৰি ধুৱাই দিলে জ্যেষ্ঠ বিজেপি নেতাসকলৰ। মুখ্যমন্ত্ৰীৰ এই মহানুভৱতা দেখি আচৰিত হৈ পৰিল সকলো। ভৰি ধুৱাই, সকলোকে গামোচা পিন্ধাই সেৱা কৰি অনাগত দিনৰ বাবে আশীৰ্বাদো ল'লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
শুকুৰবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উদ্বোধন কৰে দৰং জিলাৰ বিজেপিৰ মুখ্য কাৰ্যালয়। মঙলদৈত দলৰ মুখ্য কাৰ্যালয় উদ্বোধন কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে ১৭ গৰাকী জ্যেষ্ঠ কাৰ্যকৰ্তাক ভৰি ধুৱাই আশীৰ্বাদ লয় মুখ্যমন্ত্ৰী শৰ্মাই।
Read all
News in Assamese,
Assam News Today,
Entertainment News in Assamese,
Business News in Assamese,
Sports News in Assamese,
Health News in Assamese,
India News in AssamesePublished by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|