• Home
  • »
  • News
  • »
  • assam
  • »
  • এতিয়াৰ পৰা KCC ঋণ পাব মুৰ্গী-গাহৰি পালকেও, মৃত উদ্যোগ সমূহৰ বাবেও লোৱা হৈছে বিশেষ পদক্ষেপ, সংবাদমেলত বহু কেইটা গুৰুত্বপূৰ্ণ ঘোষণা মন্ত্ৰী হিমন্ত বিশ্বৰ

এতিয়াৰ পৰা KCC ঋণ পাব মুৰ্গী-গাহৰি পালকেও, মৃত উদ্যোগ সমূহৰ বাবেও লোৱা হৈছে বিশেষ পদক্ষেপ, সংবাদমেলত বহু কেইটা গুৰুত্বপূৰ্ণ ঘোষণা মন্ত্ৰী হিমন্ত বিশ্বৰ

 ফাইল ফটো

ফাইল ফটো

ৰাজ্যৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল

  • Share this:
ৰাজ্যৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল।

সংবাদমেলত বহু কেইটা গুৰুত্বপূৰ্ণ ঘোষণা-

  • কেন্দ্ৰীয় চৰকাৰৰ ২০ লাখ কোটি টকাৰ পেকেজে সহায় কৰিব অসমক। কেন্দ্ৰৰ এই পদক্ষেপে বিত্তীয় সংকটক সকাহ দিব।

  •  মাৰ্চ আৰু এপ্ৰিল মাহত অসম ৰাজ্যিক বিদ্যুৎ পৰিষদত গ্ৰাহকে বিল দিয়া নাই। সেয়েহে কেন্দ্ৰই আগবঢ়োৱা সহায্যৰে বিদ্যু উৎপাদন কোম্পেনীসমূহত ধন দিব। যাৰফলত গ্ৰাহকে নিযমীত ভাবে বিদ্যু লাভ কৰি থাকিব।

  • অসমত ৬৬ হাজাৰ উদ্যোগে লোন লাভ কৰিব পাৰিব। লোন লোৱাৰ ক্ষেত্ৰত কোনো বন্ধকী দিব নালাগে।

  • মৃত উদ্যোগ সমূহ উৎপাদন কৰাৰ সুযোগ পাব। অৰ্থাৎ সেইসমূহ প্ৰতিষ্ঠানে এবাৰৰ বাবে লোন লাভ কৰিব।

  • বৰ্তমান সময়ত তিনিমাহৰ বাবে EPF নিদিয়াকৈয়ে হ’ব। পৰিবেশ স্বাভাৱিক হোৱাৰ পিছত দিব লাগিব।

  • কনট্ৰেকটৰ ৬ মাহ কাম কৰাৰ সময় বৃদ্ধি। কেন্দ্ৰ ৰাজ্যৰ ক্ষেত্ৰত একেই নিৰ্দেশ থাকিব।কনট্ৰেকটৰৰ কাম লোৱাৰ সময়ত চিক্যুৰিটী মানি শিথিল কৰাৰ সিদ্ধান্ত।

  • বাহিৰৰ পৰা অহা শ্ৰমিক সকলক অনাগত দুমাহৰ খাদ্য সামগ্ৰী যোগান ধৰাৰ নিৰ্দেশ কেন্দ্ৰৰ। ৫ কিলোগ্ৰাম চাউল দিব ৰাজ্য চৰকাৰে।

  • কে চি চি ঋণ লাভ কৰিব গাহৰি, মুৰ্গী পালকসকলে।

  • MNREGA শ্ৰমিকৰ বাবে দৈনিক মজুৰি ২০২ টকালৈ বৃদ্ধি।

  • মুদ্ৰা ঋণ লোৱাসকলৰ ২ শতাংশ কেন্দ্ৰই বহন কৰিব।

  • ৰাজ্যৰ ১ কোটি মহিলাই তিনিমাহৰ বাবে ৫০০ টকাকৈ পাব।

  • পদপথৰ ব্যৱসায়ীক ১০ হাজাৰ টকা প্ৰদান কৰাৰ নিৰ্দেশ জাৰি কৰিছে। অসমত ১ কোটি ধন জন যোজনাৰ একাউণ্ট ৫ শ টকাকৈ সোমাইছে। ১৫ শ কোটি টকা এপ্ৰিল, মে, জুন মাহত সোমাব।

First published: