গুৱাহাটীত জটিল হৈ আহিছে কোভিডৰ পৰিৱেশ, পূৰ্বতকৈ বাঢ়িছে আক্ৰান্তৰ সংখ্যা

News18 Assam | News18-Assam
Updated:May 4, 2021, 1:11 PM IST
গুৱাহাটীত জটিল হৈ আহিছে কোভিডৰ পৰিৱেশ, পূৰ্বতকৈ বাঢ়িছে আক্ৰান্তৰ সংখ্যা
সম্পূৰ্ণ লকডাউন এতিয়াই ভাবিব প্ৰয়োজন নাই বুলিও মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ।

সম্পূৰ্ণ লকডাউন এতিয়াই ভাবিব প্ৰয়োজন নাই বুলিও মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ।

  • Share this:
জটিল হৈ আহিছে কোভিডৰ পৰিৱেশ। পূৰ্বতকৈ বৃদ্ধি পাইছে আক্ৰান্তৰ সংখ্যা। হ্ৰাস পাইছে গুৱাহাটীৰ চৰকাৰী খণ্ডৰ চিকিৎসালয় বিচনা, ICU। মহানগৰীত কোভিডত আক্ৰান্তৰ সংখ্যা অধিক। এই কথা জনালে ড০ হিমন্ত বিশ্ব শৰ্মাই।

মহানগৰীত বিশেষকৈ ৱাৰ্ড ভিত্তিত উপাযুক্তক আলোচনা কৰাৰ নিৰ্দেশ। কোনবোৰ ৱাৰ্ডত অধিক আক্ৰান্ত হৈছে তাৰ পৰিসংখ্যা আৰু বিশ্লেষণ হ’ব। প্ৰয়োজনত সৰু সৰু কণ্টেইনমেণ্ট জ'ন কৰা হ’ব। সম্পূৰ্ণ লকডাউন এতিয়াই ভাবিব প্ৰয়োজন নাই বুলিও মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ।
Published by: Sanjay Kumar Das
First published: May 4, 2021, 1:11 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি