হিমন্তই মোৰ ষ্টাইল নকল কৰিব নোৱাৰেঃ জুবিন গাৰ্গ

‘মোতকৈ এইবাৰ হিমন্ত বিশ্ব শৰ্মাই বেছি জঁপিয়াইছে।’- বেলতলাত সংগীতানুষ্ঠান পৰিৱেশনৰ মাজতে জনপ্ৰিয় কণ্ঠশিল্লী জুবিন গাৰ্গৰ মন্তব্য।

Dulu Medhi | news18assam
Updated:April 27, 2019, 2:37 PM IST
হিমন্তই মোৰ ষ্টাইল নকল কৰিব নোৱাৰেঃ জুবিন গাৰ্গ
জুবিন গাৰ্গ
Dulu Medhi | news18assam
Updated: April 27, 2019, 2:37 PM IST
‘মোতকৈ এইবাৰ হিমন্ত বিশ্ব শৰ্মাই বেছি জঁপিয়াইছে।’- বেলতলাত সংগীতানুষ্ঠান পৰিৱেশনৰ মাজতে জনপ্ৰিয় কণ্ঠশিল্লী জুবিন গাৰ্গৰ মন্তব্য। ‘সেইটো মোৰ ষ্টাইল, মোৰ ষ্টাইল নকল কৰিব নোৱাৰে, হিমন্ত বিশ্ব শৰ্মাই টকা দিব লাগিব মোক।’- বেলতলা ব'হাগী উৎসৱত গানৰ মাজতে এনেদৰেই স্বভাৱসূলভ ৰসিকতা জুবিনৰ।
চাওক এই ভিডিঅ’
আৰু চাওক পৰৱৰ্তী বাতৰি