প্ৰচাৰ অভিযান নহয়, ফলাফলৰ পিছত হিমন্ত বিশ্বৰ নৃত্য

দলৰ সফলতাত উৎফুল্লিত হৈ দলীয় কৰ্মীৰ সৈতে একেলগে নাচিলে হিমন্ত বিশ্ব শৰ্মাই। ছচিয়েল মিডিয়াত হিমন্ত বিশ্ব শৰ্মাই শ্বেয়াৰ কৰিছে এই আনন্দ উৎসৱৰ ভিডিঅ’।

News18-Assam
Updated:May 24, 2019, 3:32 PM IST
প্ৰচাৰ অভিযান নহয়, ফলাফলৰ পিছত হিমন্ত বিশ্বৰ নৃত্য
দলৰ সফলতাত উৎফুল্লিত হৈ দলীয় কৰ্মীৰ সৈতে একেলগে নাচিলে হিমন্ত বিশ্ব শৰ্মাই। ছচিয়েল মিডিয়াত হিমন্ত বিশ্ব শৰ্মাই শ্বেয়াৰ কৰিছে এই আনন্দ উৎসৱৰ ভিডিঅ’।
News18-Assam
Updated: May 24, 2019, 3:32 PM IST
নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভৰ পিছতে দেশজুৰি বিজেপি শিবিৰসমূহত দেখা গ’ল আনন্দৰ বন্যা। ফটকা ফুটাই, মিঠাই বিতৰণ কৰি আনন্দ প্ৰকাশ কৰে বিজেপিৰ নেতা–কৰ্মীসকলে। গুৱাহাটীতো বিজেপি নেতা–কৰ্মীৰ মাজত দেখা গ’ল আনন্দৰ লহৰ। দলৰ সফলতাত উৎফুল্লিত হৈ দলীয় কৰ্মীৰ সৈতে একেলগে নাচিলে হিমন্ত বিশ্ব শৰ্মাই। ছচিয়েল মিডিয়াত হিমন্ত বিশ্ব শৰ্মাই শ্বেয়াৰ কৰিছে এই আনন্দ উৎসৱৰ ভিডিঅ’।


আৰু চাওক পৰৱৰ্তী বাতৰি