হিমন্ত বিশ্ব শৰ্মাক আক্ৰমণ

পশ্চিমবংগৰ ৰাজ্যিক বিজেপি সভাপতি দিলীপ ঘোষৰ কনভয়ত আক্ৰমণ দুৰ্বৃত্তৰ, দিলীপ ঘোষৰ লগত আছিল মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাও।

news18assam
Updated:May 7, 2019, 9:14 PM IST
হিমন্ত বিশ্ব শৰ্মাক আক্ৰমণ
পশ্চিমবংগৰ ৰাজ্যিক বিজেপি সভাপতি দিলীপ ঘোষৰ কনভয়ত আক্ৰমণ দুৰ্বৃত্তৰ, দিলীপ ঘোষৰ লগত আছিল মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাও।
news18assam
Updated: May 7, 2019, 9:14 PM IST
পশ্চিমবংগত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আক্ৰমণ। পশ্চিমবংগৰ ৰাজ্যিক বিজেপি সভাপতি দিলীপ ঘোষৰ কনভয়ত আক্ৰমণ দুৰ্বৃত্তৰ, দিলীপ ঘোষৰ লগত আছিল মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাও। দুৰ্বৃত্তৰ আক্ৰমণত কেইবাজনো বিজেপি কৰ্মী আহত, দুখনকৈ বাহনৰ বিস্তৰ ক্ষতিসাধন। তৃণমূল কংগ্ৰেছৰ লোকে আক্ৰমণ কৰাৰ অভিযোগ। ৰাজ্যখনৰ পশ্চিম মেডিনিপুৰৰ খেজুৰিত সংঘটিত এই ঘটনা।
আৰু চাওক পৰৱৰ্তী বাতৰি