মুখ্যপৃষ্ঠা »খবৰ »অসম »ৰাজ্যত Covidৰ ভয়ংকৰ পৰিস্থিতি! দুসপ্তাহৰ পিছতে নাটনি হ'ব পাৰে Covid বিচনাৰ: হিমন্ত বিশ্ব শৰ্মা

ৰাজ্যত Covidৰ ভয়ংকৰ পৰিস্থিতি! দুসপ্তাহৰ পিছতে নাটনি হ'ব পাৰে Covid বিচনাৰ: হিমন্ত বিশ্ব শৰ্মা

ৰাজ্যত দৈনিক ক'ভিডত মৃত্যু হৈছে ২৯ - ৩০জন লোকৰ ৷ আক্ৰান্তৰ সংখ্যা বৃদ্ধিৰ লগে লগে ৰাজ্যত হ্ৰাস পাইছে ক'ভিডৰ ICU বিচনা ৷ অনাগত দুসপ্তাহলৈ এনেদৰে আক্ৰান্তৰ সংখ্যা বৃদ্ধি পালে নাইকিয়া হব পাৰে Covidৰ ICU Bed: স্বাস্থ্য মন্ত্ৰী

  • Share this:
ৰাজ্যত দৈনিক ক'ভিডত মৃত্যু হৈছে ২৯ - ৩০জন লোকৰ ৷ আক্ৰান্তৰ সংখ্যা বৃদ্ধিৰ লগে লগে ৰাজ্যত হ্ৰাস পাইছে ক'ভিডৰ ICU বিচনা ৷ অনাগত দুসপ্তাহলৈ এনেদৰে আক্ৰান্তৰ সংখ্যা বৃদ্ধি পালে নাইকিয়া হব পাৰে Covidৰ ICU Bed ৷ এই মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ।

কামৰূপ মহানগৰত আক্ৰান্তৰ সংখ্যা সৰ্বাধিক ৷ উদ্বেগজনক হাৰত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱা কামৰূপ মহানগৰ জিলাত পৰিস্থিতি নিযন্ত্ৰণ কৰিবলৈ মহানগৰ জিলাৰ উপাযুক্তক বিশেষ নিৰ্দেশ হিমন্ত বিশ্ব শৰ্মাৰ। মহানগৰীৰ ৱাৰ্ড ভিত্তিত বিশ্লেষণ কৰাৰ পৰামৰ্শ ৷ কোনবোৰ ৱাৰ্ডত বৃদ্ধি পাইছে আক্ৰান্ত, Covid আক্ৰান্ত বৃদ্ধিৰ কাৰণ কি? প্ৰয়োজনত সেইসমূহ ৱাৰ্ডত প্ৰশাসনে কৰিব কণ্টেইনমেণ্ট জ'ন ৷

গুৱাহাটা চিকিৎসা মহাবিদ্যালয়ৰ অন্তৰ্গত চিকিৎসালয়ত ইতিমধ্যে Covid ICU সম্পূৰ্ণ হোৱাৰ পাছতে নতুন SUPER SPECIALITY ২৭০ ICU বৃদ্ধিৰ ব্যৱস্থা স্বাস্হ্যখণ্ডৰ৷ ইপিনে চলিত বছৰত ৰাজ্যৰ চিকিৎসা মহাবিদ্যালয়ৰ পৰা MBBS ডিগ্ৰী লাভ কৰা চিকিৎসকক নিযুক্তিৰ ব্যৱস্থা হিমন্ত বিশ্বৰ ৷ Covid Careৰ দায়িত্বত থাকিব তেওলোক ৷ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পাছতে এইদৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত উপস্থিত হৈ এই ঘোষণা কৰিলে হিমন্ত বিশ্ব শৰ্মাই ৷৷

শেহতীয়া বাতৰি