তিৰুৱনন্তপুৰমৰ লক্ষ্মীবাই নেচনেল কলেজ অৱ ফিজিকেল এডুকেচনত অনুষ্ঠিত ইণ্ডিয়ান গ্ৰাঁ প্ৰি ৱান এথলেটিকছ ইভেণ্টত হিমা দাসে ২০০ মিটাৰ দৌৰত যথেষ্ট সহজে ২৩.৭৯ ছেকেণ্ডত জয়লাভেৰে স্বৰ্ণপদক অৰ্জন কৰে।
হিমাই মহাৰাষ্ট্ৰৰ নিকটতম প্ৰতিদ্বন্দ্বী ঐশ্বৰ্য কৈলাস মিশ্ৰ (২৪.৮১) আৰু কেৰালাৰ ভি কে বিস্মায়া (২৪.৮২)ক পিছ পেলাই মহিলাৰ ২০০ মিটাৰত সোণৰ পদক অৰ্জন কৰে।
Published by: Gautam Barman
FIRST PUBLISHED : March 20, 2023, 22:38 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।