হাইলাকান্দিত সংঘটিত হৈছে ডকমকা কাণ্ডসদৃশ ঘটনা। চাৰি যুৱকৰ ওপৰত এদল উন্মত্তৰ বৰ্বৰতা।হাইলাকান্দিৰ নিতাইনগৰত সংঘটিত হৈছে এই ঘটনা। জ্বলাই দিলে যুৱককেইজন যোৱা মাৰুতি আৰ্টিগা বাহন। যুৱক কেইজনক গুৰুতৰ ভাবে প্ৰহাৰ কৰে উন্মাদ লোক সকলে। ৪ যুৱকক উদ্ধাৰৰ বাবে অহা কৰ্তব্যৰত আৰক্ষী–CRPFৰ ওপৰতো চলালে আক্ৰমণ। আক্ৰমণত গুৰুতৰ ভাবৗ আহত হয় হাইলাকান্দি সদৰ থানাৰ OC হেমন্ত কুমাৰ নাথ। চিকিৎসাৰ বাবে OC হেমন্ত কুমাৰ দাসক GNRCলৈ প্ৰেৰণ কৰা হৈছে।
ৰ্তব্যৰত আৰক্ষী–CRPFৰ ওপৰতো চলালে আক্ৰমণ। শিশু অপহৰণকাৰী বুলি সন্দেহ কৰি যুৱকৰ দলটোক আক্ৰমণ কৰে লোকসকলে।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : October 12, 2019, 11:34 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।