অসম চুক্তি ৰূপায়ণ! প্ৰতিবেদন দাখিলৰ বাবে সাজু উচ্চ ক্ষমতাসম্পন্ন কমিটী

News18 Assam | News18-Assam
Updated:January 8, 2020, 3:24 PM IST
অসম চুক্তি ৰূপায়ণ! প্ৰতিবেদন দাখিলৰ বাবে সাজু উচ্চ ক্ষমতাসম্পন্ন কমিটী
তথ্য মতে কমিটীয়ে প্ৰতিবেদন দাখিলৰ বাবে সময় বৃদ্ধিৰ বাবে জনোৱা নাই আবেদন৷

তথ্য মতে কমিটীয়ে প্ৰতিবেদন দাখিলৰ বাবে সময় বৃদ্ধিৰ বাবে জনোৱা নাই আবেদন৷

  • Share this:
অসম চুক্তি ৰূপায়ণক লৈ কেন্দ্ৰই গঠন কৰি দিয়া উচ্চ ক্ষমতাসম্পন্ন কমিটীৰ বৈঠক আজি বিয়লি অনুষ্ঠিত হ'ব ৷ খানাপাৰাৰ অসম প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত অনুষ্ঠিত হ'বলগীয়া কমিটীৰ বৈঠকত চূড়ান্ত প্ৰতিবেদনক লৈ হ'ব আলোচনা৷ প্ৰতিবেদন দাখিলৰ শেষ দিন অহা ১৫ এপ্ৰিলত৷ সেই হিচাপে উচ্চ ক্ষমতাসম্পন্ন কমিটীয়ে প্ৰতিবেদন দাখিল কৰিবলৈ সাজু হৈছে৷ তথ্য মতে কমিটীয়ে প্ৰতিবেদন দাখিলৰ বাবে সময় বৃদ্ধিৰ বাবে জনোৱা নাই আবেদন৷
আৰু চাওক
পৰৱৰ্তী বাতৰি