• Home
  • »
  • News
  • »
  • assam
  • »
  • জলসিঞ্চন বিভাগৰ পৰীক্ষাৰ ৩৯৪টা শাখা সহায়ক পদৰ ফলাফল ঘোষণাৰ নিৰ্দেশ

জলসিঞ্চন বিভাগৰ পৰীক্ষাৰ ৩৯৪টা শাখা সহায়ক পদৰ ফলাফল ঘোষণাৰ নিৰ্দেশ

২০১৮ৰ এপিএচছিৰ ফলাফল ঘোষণাৰো নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ।

২০১৮ৰ এপিএচছিৰ ফলাফল ঘোষণাৰো নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ।

২০১৮ৰ এপিএচছিৰ ফলাফল ঘোষণাৰো নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ।

  • Share this:
জলসিঞ্চনৰ বিভাগৰ পৰীক্ষাৰ ৩৯৪টা শাখা সহায়ক পদৰ ফলাফল ঘোষণাৰ নিৰ্দেশ দিয়া হৈছে। গুৱাহাটী উচ্চ ন্যায়ালয়ে দিলে এই নিৰ্দেশ। বিতৰ্কিত ‘এপটেক’-এ অনুষ্ঠিত কৰিছিল পৰীক্ষা। পৰীক্ষা অনুষ্ঠিত কৰাত হোৱা বেমেজালিৰ অভিযোগ খাৰিজ কৰিলে উচ্চ ন্যায়ালয়ে। ২০১৮ৰ এপিএচছিৰ ফলাফল ঘোষণাৰো নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ। মৌখিক সাক্ষাৎকাৰ অনুষ্ঠিত কৰাৰ নিৰ্দেশ ন্যায়ালয়ৰ। ন্যায়ালয়ৰ অনুমতি লৈহে ঘোষণা কৰিব পাৰিব ফলাফল।
Published by:Sanjay Kumar Das
First published: