• Home
  • »
  • News
  • »
  • assam
  • »
  • মোদীৰ শপতগ্ৰহণ : ৰাজ্যৰ প্ৰতিখন জিলাত হাই এলাৰ্ট

মোদীৰ শপতগ্ৰহণ : ৰাজ্যৰ প্ৰতিখন জিলাত হাই এলাৰ্ট

File Photo

File Photo

আজি প্ৰধানমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰিব নৰেন্দ্ৰ মোদীয়ে। ইয়াকে লৈ অসমতো গ্ৰহণ কৰা হৈছে বিশেষ সতৰ্কতা।

  • Share this:
    আজি প্ৰধানমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰিব নৰেন্দ্ৰ মোদীয়ে। ইয়াকে লৈ অসমতো গ্ৰহণ কৰা হৈছে বিশেষ সতৰ্কতা। ৰাজ্যৰ প্ৰতিখন জিলাত হাই এলাৰ্ট জাৰি কৰিছে প্ৰশাসনে। কূটাঘাতৰ আশংকাত হাই এলাৰ্ট জাৰি কৰিছে প্ৰশাসনে। হোজাই, লামডিং, যমুনামুখত বিশেষ সতৰ্কতা। ছচিয়েল মিডিয়াযোগে সৰ্তকবাণী হোজাই আৰক্ষীৰ।
    First published: