প্ৰচণ্ড শব্দৰে বেলুন ফুলোৱাৰ বাবে ব্যৱহৃত চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত বীৰঝৰা চাহ বাগিচাৰ খেল পথাৰত আয়োজিত অনুষ্ঠানত আতংকৰ সৃষ্টি হয়৷

বঙাইগাঁৱত কৰম উৎসৱৰ মাজত অঘটন৷ গেছৰ চিলিণ্ডাৰ বিস্ফোৰণ ঘটি নিহত এজন লোক৷ নিহত যুৱকজন পুৰণি বঙাইগাঁৱৰ ভাটিপাৰাৰ বীৰবল ৰায়৷ নিশা সাংস্কৃতিক অনুষ্ঠান চলি থকাৰ মাজতে চিলেণ্ডাৰ বিস্ফোৰণ ঘটি নিহত হয় যুৱকজন।
প্ৰচণ্ড শব্দৰে বেলুন ফুলোৱাৰ বাবে ব্যৱহৃত চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত বীৰঝৰা চাহ বাগিচাৰ খেল পথাৰত আয়োজিত অনুষ্ঠানত আতংকৰ সৃষ্টি হয়৷
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|