মুখ্যপৃষ্ঠা »খবৰ »অসম »Heavy Rainfall In Assam : বতৰ বিজ্ঞান বিভাগৰ মতে বিক্ষিপ্ত ৰূপত অতিবৃষ্টিৰ কবলত অসম তথা উত্তৰ–পূবৰ ৰাজ্য

Heavy Rainfall In Assam : বতৰ বিজ্ঞান বিভাগৰ মতে বিক্ষিপ্ত ৰূপত অতিবৃষ্টিৰ কবলত অসম তথা উত্তৰ–পূবৰ ৰাজ্য

২ আগষ্টলৈ অসম আৰু মেঘালয়ৰ ওপৰত বিক্ষিপ্ত ৰূপত অতিবৃষ্টি হ'ব পাৰে।

২ আগষ্টলৈ অসম আৰু মেঘালয়ৰ ওপৰত বিক্ষিপ্ত ৰূপত অতিবৃষ্টি হ'ব পাৰে।

২ আগষ্টলৈ অসম আৰু মেঘালয়ৰ ওপৰত বিক্ষিপ্ত ৰূপত অতিবৃষ্টি হ'ব পাৰে।

  • Share this:
আগন্তুক কেইদিনমানত উত্তৰ ভাৰতৰ কেইবাটাও অঞ্চলত প্ৰচণ্ড বৰষুণ হোৱাৰ সম্ভাৱনা ‍‍ব্যক্ত কৰিছে ভাৰতৰ বতৰ বিজ্ঞান বিভাগে। তথ্য অনুসৰি অহা ৫ দিনত পশ্চিম হিমালয়ৰ ওপৰেৰে প্ৰচণ্ডৰ পৰা অতি প্ৰচণ্ড বৰষুণ অব্যাহত থকাৰ সম্ভাৱনা আছে।

বতৰ বিজ্ঞান বিভাগৰ মতে, অহা ৪ দিনত পশ্চিম বংগ আৰু ছিকিম, অসম আৰু মেঘালয়ৰ লগতে নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাত বৰষুণৰ সম্ভাৱনা আছে। ২ আগষ্টলৈ বিহাৰ, ৩১ জুলাইৰ পৰা ০২ আগষ্টৰ ভিতৰত ঝাৰখণ্ড, ১ আগষ্টত পশ্চিম বংগ আৰু ওড়িশাত অতিবৃষ্টিৰ সম্ভাৱনা আছে।



২ আগষ্টলৈ অসম আৰু মেঘালয়ৰ ওপৰত বিক্ষিপ্ত ৰূপত অতিবৃষ্টি হ'ব পাৰে। পৰৱৰ্তী সময়ছোৱাত মধ্য ভাৰতো অতিবৃষ্টিৰ কবলত পৰিব।

শেহতীয়া বাতৰি