এই কথা জনাইছে বৰঝাৰস্থিত বতৰ বিজ্ঞান কেন্দ্ৰই।
আগন্তুক ২৪ ঘণ্টাৰ ভিতৰত ৰাজ্যত প্ৰৱল বৃষ্টিপাতৰ সম্ভাৱনা। এই কথা জনাইছে বৰঝাৰস্থিত বতৰ বিজ্ঞান কেন্দ্ৰই। ৰাজ্যৰ বহুকেইখন জিলাত হ’ব কম-বেছি পৰিমাণে বৰষুণ। গুৱাহাটী মহানগৰীতো প্ৰৱল বৃষ্টিপাতৰ সম্ভাৱনা। অসমৰ লগতে মেঘালয়, অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মণিপুৰ , মিজোৰাম আৰু ত্ৰিপুৰাৰ বিভিন্ন অঞ্চলতো ধাৰাসাৰ বৰষুণ অহাৰ সম্ভাৱনা আছে।
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|