• Home
  • »
  • News
  • »
  • assam
  • »
  • আগন্তুক ২৪ ঘণ্টাৰ ভিতৰত ৰাজ্যত প্ৰৱল বৃষ্টিপাতৰ সম্ভাৱনা

আগন্তুক ২৪ ঘণ্টাৰ ভিতৰত ৰাজ্যত প্ৰৱল বৃষ্টিপাতৰ সম্ভাৱনা

Source-Google

Source-Google

এই কথা জনাইছে বৰঝাৰস্থিত বতৰ বিজ্ঞান কেন্দ্ৰই।

  • Share this:
আগন্তুক ২৪ ঘণ্টাৰ ভিতৰত ৰাজ্যত প্ৰৱল বৃষ্টিপাতৰ সম্ভাৱনা। এই কথা জনাইছে বৰঝাৰস্থিত বতৰ বিজ্ঞান কেন্দ্ৰই। ৰাজ্যৰ বহুকেইখন জিলাত হ’ব কম-বেছি পৰিমাণে বৰষুণ। গুৱাহাটী মহানগৰীতো প্ৰৱল বৃষ্টিপাতৰ সম্ভাৱনা।  অসমৰ লগতে মেঘালয়, অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মণিপুৰ , মিজোৰাম আৰু ত্ৰিপুৰাৰ  বিভিন্ন অঞ্চলতো ধাৰাসাৰ বৰষুণ অহাৰ সম্ভাৱনা আছে।
First published: