পিছুওৱা হ’ব নেকি চূড়ান্ত NRC প্ৰকাশৰ দিন? কাইলৈ উচ্চতম ন্যায়ালয়ত শুনানি

News18-Assam
Updated:July 16, 2019, 2:32 PM IST
পিছুওৱা হ’ব নেকি চূড়ান্ত NRC প্ৰকাশৰ দিন? কাইলৈ উচ্চতম ন্যায়ালয়ত শুনানি
চূড়ান্ত NRC প্ৰকাশৰ দিন পিছুওৱা সন্দৰ্ভত শুনানি হ’ব ন্যায়ালয়ত।

চূড়ান্ত NRC প্ৰকাশৰ দিন পিছুওৱা সন্দৰ্ভত শুনানি হ’ব ন্যায়ালয়ত।

  • Share this:
কাইলৈ NRC সন্দৰ্ভত গুৰুত্বপূৰ্ণ শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে। মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ বিচাৰপীঠত হ’‍ব শুনানি। চূড়ান্ত NRC প্ৰকাশৰ দিন পিছুওৱা সন্দৰ্ভত শুনানি হ’ব ন্যায়ালয়ত। ৩১ জুলাইত NRC প্ৰকাশৰ দিন ধাৰ্য কৰিছিল সৰ্বোচ্চ ন্যায়ালয়ে। ইতিমধ্যে উচ্চতম ন্যায়ালয়ত শপতনামা দাখিল কৰিছে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে। আজি অগ্ৰিম শুনানি বিচাৰি আৰ্জি দাখিল কৰে দেশৰ চলিচিটৰ জেনেৰেল তুষাৰ মেহতাৰ। মেহতাৰ আৰ্জিৰ পিছতে কাইলৈ হ’ব শুনানি।
আৰু চাওক
পৰৱৰ্তী বাতৰি