NRCক লৈ আজি উচ্চতম ন্যায়ালয়ত গুৰুত্বপূৰ্ণ শুনানি

News18-Assam
Updated:July 17, 2019, 7:28 AM IST
NRCক লৈ আজি উচ্চতম ন্যায়ালয়ত গুৰুত্বপূৰ্ণ শুনানি
চূড়ান্ত NRC প্ৰকাশৰ দিন পিছুওৱা সন্দৰ্ভত শুনানি হ’ব ন্যায়ালয়ত।

চূড়ান্ত NRC প্ৰকাশৰ দিন পিছুওৱা সন্দৰ্ভত শুনানি হ’ব ন্যায়ালয়ত।

  • Share this:
আজি NRC সন্দৰ্ভত গুৰুত্বপূৰ্ণ শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে। মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ বিচাৰপীঠত হ’‍ব শুনানি। চূড়ান্ত NRC প্ৰকাশৰ দিন পিছুওৱা সন্দৰ্ভত শুনানি হ’ব ন্যায়ালয়ত। ৩১ জুলাইত NRC প্ৰকাশৰ দিন ধাৰ্য কৰিছিল সৰ্বোচ্চ ন্যায়ালয়ে। ইতিমধ্যে উচ্চতম ন্যায়ালয়ত শপতনামা দাখিল কৰিছে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে। অগ্ৰিম শুনানি বিচাৰি দেশৰ চলিচিটৰ জেনেৰেল তুষাৰ মেহতাই আৰ্জি দাখিল কৰাৰ পিছতে আজি হ’ব শুনানি।
আৰু চাওক
পৰৱৰ্তী বাতৰি
corona virus btn
corona virus btn
Loading