মুখ্যপৃষ্ঠা » খবৰ

» অসম

»৩১ জুলাইত প্ৰকাশ পাবনে চূড়ান্ত NRC? আজি উচ্চতম ন্যায়ালয়ত শুনানি

৩১ জুলাইত প্ৰকাশ পাবনে চূড়ান্ত NRC? আজি উচ্চতম ন্যায়ালয়ত শুনানি

News18-Assam
Updated:July 23, 2019, 7:34 AM IST
৩১ জুলাইত প্ৰকাশ পাবনে চূড়ান্ত NRC? আজি উচ্চতম ন্যায়ালয়ত শুনানি
চূড়ান্ত তালিকা প্ৰস্তুতৰ বাবে অধিক সময় বিচাৰি উচ্চতম ন্যায়ালয়ত আৱেদন জনাইছিল প্ৰতীক হাজেলাই।

চূড়ান্ত তালিকা প্ৰস্তুতৰ বাবে অধিক সময় বিচাৰি উচ্চতম ন্যায়ালয়ত আৱেদন জনাইছিল প্ৰতীক হাজেলাই।

  • Share this:
আজি নিশ্চিত হ’ব চূড়ান্ত NRC প্ৰকাশৰ দিন। উচ্চতম ন্যায়ালয়ে চূড়ান্ত NRCৰ দিনক লৈ গ্ৰহণ কৰিব শুনানি। চূড়ান্ত তালিকা প্ৰস্তুতৰ বাবে অধিক সময় বিচাৰি উচ্চতম ন্যায়ালয়ত আৱেদন জনাইছিল প্ৰতীক হাজেলাই। ৰাজ্যৰ বান পৰিস্থিতিৰ বাবে এই আৱেদন জনাইছিল হাজেলাই। বহু লোকৰ দাবী-আপত্তিৰ শুনানি বাকী থকা বাবে চূড়ান্ত তালিকা প্ৰকাশৰ সময়সীমা বৃদ্ধিৰ বাবে ন্যায়ালয়ত আবেদন জনাইছিল হাজেলাই। চূড়ান্ত NRC প্ৰকাশৰ দিন ৩১ আগষ্ট কৰিবলৈ কৰিছিল আৱেদন। আজি শুনানিৰ পিছতহে সময়সীমা বৃদ্ধি হ’বনে নহয় সেয়া স্পষ্ট হ’ব।
First published: July 23, 2019, 7:34 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি