• Home
  • »
  • News
  • »
  • assam
  • »
  • আজিৰে পৰা মহানগৰীত পূৰ্ণগতিত চলিব ভেকচিনেচন প্ৰক্ৰিয়া, কাৰ্ফিউ চলি থকাৰ সময়ত নোলাব সান্ধ্য ভ্ৰমণলৈ

আজিৰে পৰা মহানগৰীত পূৰ্ণগতিত চলিব ভেকচিনেচন প্ৰক্ৰিয়া, কাৰ্ফিউ চলি থকাৰ সময়ত নোলাব সান্ধ্য ভ্ৰমণলৈ

আন্তঃজিলাত যাতায়াতৰ ক্ষেত্ৰত অধিক কঠোৰ হ’ব প্ৰশাসন। 

আন্তঃজিলাত যাতায়াতৰ ক্ষেত্ৰত অধিক কঠোৰ হ’ব প্ৰশাসন। 

আন্তঃজিলাত যাতায়াতৰ ক্ষেত্ৰত অধিক কঠোৰ হ’ব প্ৰশাসন। 

  • Share this:
কামৰূপ মহানগৰ জিলাৰ কোভিডৰ শেহতীয়া পৰিস্থিতিক লৈ নিশা গুৰুত্বপূৰ্ণ বৈঠক। আজিৰে পৰা পূৰ্ণগতিত চলিব ভেকচিনেশ্যন প্ৰক্ৰিয়া। বুধবাৰে আহি পাইছে প্ৰায় ৩ লাখ ভেকচিন। অধিক কঠোৰ হ’ব মহানগৰ জিলা প্ৰশাসন। আন্তঃজিলাত যাতায়াতৰ ক্ষেত্ৰত অধিক কঠোৰ হ’ব প্ৰশাসন। 

মহানগৰীত এতিয়াও স্বাভাৱিক পৰিস্থিতি ঘূৰি অহা নাই। মহানগৰীৰ প্ৰতিজন নাগৰিকক কোভিড বিধি মানি চলিবলৈ আহ্বান স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তৰ। বজাৰ–হাটত ভিৰ নকৰিবলৈ আহ্বান। সান্ধ্য আইন চলি থকা সময়ত যিসকলে সান্ধ্য ভ্ৰমণ কৰিবলৈ ওলাই আহে তেওঁলোকৰ বিৰুদ্ধেও কঠোৰ হ’ব জিলা প্ৰশাসন। এই কথা জনালে কেশৱ মহন্তই।
Published by:Sanjay Kumar Das
First published: