• Home
  • »
  • News
  • »
  • assam
  • »
  • প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ পিতৃৰ বিয়োগৰ খবৰ ল'লে অগপ সভাপতি অতুল বৰা, কাৰ্যকৰী সভাপতি কেশৱ মহন্তই ...

প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ পিতৃৰ বিয়োগৰ খবৰ ল'লে অগপ সভাপতি অতুল বৰা, কাৰ্যকৰী সভাপতি কেশৱ মহন্তই ...

প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ পিতৃ দেৱকান্ত মহন্ত বিয়োগৰ পিছত শোকসন্তপ্ত পৰিয়ালবৰ্গক সমবেদনা জনাই অগপ সভাপতি অতুল বৰা আৰু কাৰ্যকৰী সভাপতি কেশৱ মহন্তই।

  • Share this:
প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ পিতৃ দেৱকান্ত মহন্ত বিয়োগৰ পিছত শোকসন্তপ্ত পৰিয়ালবৰ্গক সমবেদনা জনাই অগপ সভাপতি অতুল বৰা আৰু কাৰ্যকৰী সভাপতি কেশৱ মহন্তই। দিশপুৰৰ চৰকাৰী বাসগৃহত শোকসন্তপ্ত পৰিয়ালবৰ্গক সমবেদনা জনোৱাৰ লগতে বহু সময় ধৰি প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰো স্বাস্থ্যৰ বুজ লয় অসম গণ পৰিষদৰ দুয়োগৰাকী নেতাই।

উল্লেখযোগ্য যে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ পিতৃ দেৱকান্ত মহন্ত কলিয়াবৰৰ শ্ৰী শ্ৰী ৰূপ নাৰায়ন খামুছিয়া সত্ৰৰ সত্ৰাধিকাৰ আছিল। ৯৯ বছৰত মৃত্যু হোৱা দেৱকান্ত মহন্ত আছিল এগৰাকী দক্ষ শিক্ষক। মঙ্গলবাৰে পিতৃৰ অন্ট্য়েষ্টিক্ৰিয়া সম্পন্নৰ সময়ত উপস্থিত থকা প্ৰফুল্ল কুমাৰ মহন্তই তাৰ পিছতেই নিজৰ অসুষ্ঠতাৰ বাবে গুৱাহাটীলৈ উভতি আহে। অজস্ৰ গুণমুদ্ধই ইতিমধ্যে কলিয়াবৰৰ বাসগৃহত পৰিয়ালৰ লোকক সমবেদনা জনাবলৈ ভিৰ কৰিছে। সমান্তৰালকৈ গুৱাহাটীৰ প্ৰফুল্ল কুমাৰ মহন্তৰ চৰকাৰী বাসগৃহলৈও বহু লোকে আহি পৰিয়ালৰ লোকক সমবেদনা জনোৱাৰ লগতে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ স্বাস্থ্যৰ বুজ লয়।
Published by:Kokil Sarma
First published:

শেহতীয়া বাতৰি