অমিক্ৰণ পৰীক্ষাৰ বাবে আজি লোকজনৰ নমুনা সংগ্ৰহ কৰি কলকতাস্থিত লেব’ৰেটৰীলৈ প্ৰেৰণ কৰা হ’ব৷ গতিকে এই মুহূৰ্তলৈকে বিশেষ চিন্তাৰ কোনো প্ৰয়োজন নাই৷’’
অমিক্ৰণ পৰীক্ষাৰ বাবে আজি লোকজনৰ নমুনা সংগ্ৰহ কৰি কলকতাস্থিত লেব’ৰেটৰীলৈ প্ৰেৰণ কৰা হ’ব৷ গতিকে এই মুহূৰ্তলৈকে বিশেষ চিন্তাৰ কোনো প্ৰয়োজন নাই৷’’
অসমবাসীলৈ সাময়িক সকাহ! কোৰোণাৰ অমিক্ৰন ভেৰিয়েণ্টত আক্ৰান্ত হোৱা নাই সূৰ্য বাহাদুৰ তামাং। শোণিতপুৰ জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকে সদৰি কৰা অনুসৰি, ‘‘লোকজনৰ দেহত এই মুহূৰ্তলৈকে অমিক্ৰণৰ লক্ষণ ধৰা পৰা নাই৷ কলকাতাত কৰা টেষ্টত কেৱল কোভিড পজিটিভহে ধৰা পৰিছে৷ যাৰ পৰিপ্ৰেক্ষিতত নিশা লোকজনক TMCHত ভৰ্তি কৰোৱা হৈছে৷ অমিক্ৰণ পৰীক্ষাৰ বাবে আজি লোকজনৰ নমুনা সংগ্ৰহ কৰি কলকতাস্থিত লেব’ৰেটৰীলৈ প্ৰেৰণ কৰা হ’ব৷ গতিকে এই মুহূৰ্তলৈকে বিশেষ চিন্তাৰ কোনো প্ৰয়োজন নাই৷’’
Read all
News in Assamese,
Assam News Today,
Entertainment News in Assamese,
Business News in Assamese,
Sports News in Assamese,
Health News in Assamese,
India News in AssamesePublished by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|