মুখ্যপৃষ্ঠা »খবৰ »অসম »পুনৰ উৎকোচ লৈ জালত পৰিল এজন, মৈৰাবাৰীত দুৰ্নীতি নিবাৰক শাখাই গ্ৰেপ্তাৰ কৰিলে প্ৰধান শিক্ষকক

পুনৰ উৎকোচ লৈ জালত পৰিল এজন, মৈৰাবাৰীত দুৰ্নীতি নিবাৰক শাখাই গ্ৰেপ্তাৰ কৰিলে প্ৰধান শিক্ষকক

ছাৰ্ভিচ শ্বিট আৰু এলপিচিৰ নামত দাবী কৰা ধন লওঁতেই গ্ৰেপ্তাৰ হয় প্ৰধান শিক্ষকজন।

ছাৰ্ভিচ শ্বিট আৰু এলপিচিৰ নামত দাবী কৰা ধন লওঁতেই গ্ৰেপ্তাৰ হয় প্ৰধান শিক্ষকজন।

ছাৰ্ভিচ শ্বিট আৰু এলপিচিৰ নামত দাবী কৰা ধন লওঁতেই গ্ৰেপ্তাৰ হয় প্ৰধান শিক্ষকজন।

  • Share this:
পুনৰ উৎকোচ লৈ দুৰ্নীতি নিবাৰকৰ জালত পৰিল এজন। মৰিগাঁৱৰ মৈৰাবাৰীৰ হাতীমৰীয়া এম ভি স্কুলৰ প্ৰধান শিক্ষকক গ্ৰেপ্তাৰ। উৎকোচ লওঁতেই হাতে–লোটে গ্ৰেপ্তাৰ কৰিলে দুৰ্নীতি নিবাৰকৰ দলে। ধৃত প্ৰধান শিক্ষকজনৰ নাম দিদাৰুল ইছলাম। ছাৰ্ভিচ শ্বিট আৰু এলপিচিৰ নামত দাবী কৰা ধন লওঁতেই গ্ৰেপ্তাৰ হয় প্ৰধান শিক্ষকজন।

শেহতীয়া বাতৰি