মুখ্যপৃষ্ঠা » খবৰ

» অসম

»মহানগৰীৰ আৰক্ষী আয়ুক্ত হিচাপে দায়িত্ব ল’লে হৰমিট সিঙে, মুন্না প্ৰসাদ গুপ্তাৰ পৰা গ্ৰহণ কৰিলে দায়িত্বভাৰ

মহানগৰীৰ আৰক্ষী আয়ুক্ত হিচাপে দায়িত্ব ল’লে হৰমিট সিঙে, মুন্না প্ৰসাদ গুপ্তাৰ পৰা গ্ৰহণ কৰিলে দায়িত্বভাৰ

News18 Assam | News18-Assam
Updated:July 19, 2021, 12:17 PM IST
মহানগৰীৰ আৰক্ষী আয়ুক্ত হিচাপে দায়িত্ব ল’লে হৰমিট সিঙে, মুন্না প্ৰসাদ গুপ্তাৰ পৰা গ্ৰহণ কৰিলে দায়িত্বভাৰ
জনসাধাৰণ তথা সংবাদ মাধ্যমেৰে মিলি কাম কৰি যোৱাৰ পোষকতা কৰে হৰমিট সিঙে।

জনসাধাৰণ তথা সংবাদ মাধ্যমেৰে মিলি কাম কৰি যোৱাৰ পোষকতা কৰে হৰমিট সিঙে।

  • Share this:
মহানগৰীৰ আৰক্ষী আয়ুক্ত হিচাপে দায়িত্ব ল’লে ADGP হৰমিট সিঙে। পূৰ্বৰ আৰক্ষী আয়ুক্ত মুন্না প্ৰসাদ গুপ্তাৰ পৰা এই দায়িত্বভাৰ গ্ৰহণ কৰিলে হৰমিট সিঙে।

জনসাধাৰণ তথা সংবাদ মাধ্যমেৰে মিলি কাম কৰি যোৱাৰ পোষকতা কৰে হৰমিট সিঙে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সপোনৰ অপৰাধমুক্ত গুৱাহাটী আৰু সুৰক্ষাৰ ক্ষেত্ৰত কাম কৰি যোৱাৰ আশ্বাস নৱনিযুক্ত আৰক্ষী আয়ুক্তজনৰ। টুইটাৰযোগেও আৰক্ষী আয়ুক্ত হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ কথা সদৰি কৰিছে হৰমিট সিঙে।
Published by: Sanjay Kumar Das
First published: July 19, 2021, 12:17 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি