কংগ্ৰেছ শাসনলৈ আহিলে ঘূৰাই দিম বিশেষ ৰাজ্যৰ মৰ্যাদা : ৰাৱট

কংগ্ৰেছ শাসনলৈ আহিলে অসমক ঘূৰাই দিয়া হ’ব বিশেষ ৰাজ্যৰ মৰ্যাদা। গুৱাহাটীত ৰাজীৱ ভৱনত এই মন্তব্য প্ৰদেশ কংগ্ৰেছৰ তত্বাৱধায়ক হৰিশ ৰাৱটৰ।

news18assam
Updated:April 18, 2019, 12:50 PM IST
কংগ্ৰেছ শাসনলৈ আহিলে ঘূৰাই দিম বিশেষ ৰাজ্যৰ মৰ্যাদা : ৰাৱট
কংগ্ৰেছ শাসনলৈ আহিলে অসমক ঘূৰাই দিয়া হ’ব বিশেষ ৰাজ্যৰ মৰ্যাদা। গুৱাহাটীত ৰাজীৱ ভৱনত এই মন্তব্য প্ৰদেশ কংগ্ৰেছৰ তত্বাৱধায়ক হৰিশ ৰাৱটৰ।
news18assam
Updated: April 18, 2019, 12:50 PM IST
কংগ্ৰেছ শাসনলৈ আহিলে অসমক ঘূৰাই দিয়া হ’ব বিশেষ ৰাজ্যৰ মৰ্যাদা। গুৱাহাটীত ৰাজীৱ ভৱনত এই মন্তব্য প্ৰদেশ কংগ্ৰেছৰ তত্বাৱধায়ক হৰিশ ৰাৱটৰ। দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনক লৈ আশাবাদী কংগ্ৰেছ। কংগ্ৰেছে সদাই নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি যাব বুলিও সংবাদমেলত মন্তব্য কৰে হৰিশ ৰাৱটে।

 

কোকৰাঝাৰ, বৰপেটা আৰু ধুবুৰীত কংগ্ৰেছৰ কোনো মিত্ৰতা নাই বুলিও মন্তব্য ৰাৱটৰ। লোকসভা নিৰ্বাচনত বিজেপি আৰু অগপৰ পৰাজয় অসম চুক্তিৰ জয় বুলিও মন্তব্য প্ৰদেশ কংগ্ৰেছৰ তত্বাৱধায়কগৰাকীৰ।
আৰু চাওক পৰৱৰ্তী বাতৰি