• Home
  • »
  • News
  • »
  • assam
  • »
  • লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত ‘হৰ ঘৰ ত্ৰিৰংগা’ কাৰ্যসূচী

লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত ‘হৰ ঘৰ ত্ৰিৰংগা’ কাৰ্যসূচী

দেশবাসীৰ লগতে ৰাজ্যবাসীক উৎসাহ জনোৱাৰ লক্ষ্যৰে হাতে হাতে জাতীয় পতাকা লৈ পদযাত্ৰা কৰে।

দেশবাসীৰ লগতে ৰাজ্যবাসীক উৎসাহ জনোৱাৰ লক্ষ্যৰে হাতে হাতে জাতীয় পতাকা লৈ পদযাত্ৰা কৰে।

দেশবাসীৰ লগতে ৰাজ্যবাসীক উৎসাহ জনোৱাৰ লক্ষ্যৰে হাতে হাতে জাতীয় পতাকা লৈ পদযাত্ৰা কৰে।

  • Share this:
বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত "হৰ ঘৰ ত্ৰিৰংগা" কাৰ্যসূচী। বিমানবন্দৰৰ পৰা হাতত জাতীয় পতাকা লৈ পদযাত্ৰা। সোমবাৰে আগন্তুক স্বাধীনতা দিৱস উপলক্ষে আৰু আজাদী কা অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ  প্ৰাংগণৰ পৰা ভি আই পি চ’কলৈ হাতে-হাতে জাতীয় পতাকা লৈ CISF, আদানী গ্রুপ, BCAS, AIRLINES কৰ্তৃপক্ষকে ধৰি কৰি সকলোৱে প্ৰায় ৩ কিলোমিটাৰৰ পদযাত্ৰা কৰে।

দেশবাসীৰ লগতে ৰাজ্যবাসীক উৎসাহ জনোৱাৰ লক্ষ্যৰে হাতে হাতে জাতীয় পতাকা লৈ পদযাত্ৰা কৰে। য'ত উপস্থিত আছিল LGBI আদানী গ্রুপৰ মুখ্য সঞ্চালক উৎপল বৰুৱা , CISFৰ কমাণ্ডেণ্ট লালমোহন ঠাকুৰ, BCASৰ সমানন্দন সিং, LGBI গণসংযোগ বিষয়া ৰূমা দেৱী আৰু বহুকেইজন শীৰ্ষ বিষয়া।
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি