• Home
  • »
  • News
  • »
  • assam
  • »
  • ডিঙিত অসমীয়া গামোচালৈ গুৱাহাটী বৰঝাৰ বিমানবন্দৰৰ পৰা মক্কালৈ যাত্ৰা অসমৰ ওমৰাহ হজযাত্ৰীৰ

ডিঙিত অসমীয়া গামোচালৈ গুৱাহাটী বৰঝাৰ বিমানবন্দৰৰ পৰা মক্কালৈ যাত্ৰা অসমৰ ওমৰাহ হজযাত্ৰীৰ

কাইলৈ মুম্বাইৰ পৰা জেদ্দালৈ যাত্ৰা কৰিব দলটোৱে। উল্লেখ্য যে, উক্ত ট্ৰেভেলচৰ জৰিয়তে মুম্বাইৰ পৰাও ৩৮ গৰাকী মুঠ ৮৫ গৰাকী ওমৰাহ হজযাত্ৰীয়ে মক্কা লৈ যাত্ৰা কৰিব।

  • Share this:
গুৱাহাটী বৰঝাৰ বিমানবন্দৰৰ পৰা আল আমিনা ট্যুৰচ এণ্ড ওমৰাহ হজ ট্ৰেভেলচৰ জৰিয়তে বুধবাৰে অসমৰ ৪৭ গৰাকী ওমৰাহ হজযাত্ৰীয়ে ডিঙিত অসমীয়া গামোচালৈ মক্কা অভিমুখে ৰওনা হৈছে।

কাইলৈ মুম্বাইৰ পৰা জেদ্দালৈ যাত্ৰা কৰিব দলটোৱে। উল্লেখ্য যে, উক্ত ট্ৰেভেলচৰ জৰিয়তে মুম্বাইৰ পৰাও ৩৮ গৰাকী মুঠ ৮৫ গৰাকী ওমৰাহ হজযাত্ৰীয়ে মক্কা লৈ যাত্ৰা কৰিব। ২০২২ চনত হ'বলগীয়া হজৰ পূৰ্বে এইটোৱেই অন্তিমটো ওমৰাহ হজযাত্ৰী বুলি জানিব পৰা গৈছে। কাৰণ জুন মাহৰ প্ৰথম সপ্তাহৰ পৰা হজৰ কাম- কাজ আৰম্ভ হব।

জুন আৰু জুলাই মাহত হজৰ বাবে ওমৰাহ হজ বন্ধ থাকিব ।এই ক্ষেত্ৰত ছৌদি প্ৰশাসনে ভাৰতৰ লগতে  বিশ্বৰ আন আন দেশৰ হজযাত্ৰী সকলক আদৰাৰ বাবে পুৰ্ণপ্ৰস্তুতি আৰম্ভ কৰিছে । উল্লেখযোগ্য যে, হজ সমাপ্ত হোৱাৰ পিছত অহা ছেপ্তেম্বৰ মাহৰ প্ৰথম সপ্তাহত গুৱাহাটী বৰঝাৰ বিমানবন্দৰৰ পৰা উক্ত ট্ৰেভেলচৰ জৰিয়তে কেবাজন বিধায়ক, সাংবাদিক সহ ১০০ জনীয়া ওমৰাহ হজযাত্ৰীয়ে মক্কা অভিমুখে যাত্ৰা কৰিব ।
Published by:Himangshu Bhuyan
First published:

শেহতীয়া বাতৰি