ৰাজ্যৰ আন জিলাৰ সমান্তৰালভাৱে আজি হাইলাকান্দি জিলাতো বানাক্ৰান্ত সকলোক প্ৰদান কৰা হয় আৰ্থিক সহায় । এই উপলক্ষ্যে স্থানীয় ৰবীন্দ্ৰ ভৱনত আয়োজন কৰা হয় এক অনুষ্ঠানৰ ।

ৰাজ্যৰ পৰিবহণ, মীন আৰু আবকাৰী বিভাগৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ উপস্থিতিত হাইলাকান্দি জিলাৰ ৮ হাজাৰ ৫৭৬ টা বানাক্ৰান্ত পৰিয়ালক প্ৰদান কৰা হয় আৰ্থিক সহায্য । ইয়াৰ ভিতৰত সম্পূৰ্ণ ক্ষতিগ্ৰস্থ ৫৭৬টা পৰিয়ালক প্ৰদান কৰা হৈছে ৯৫,১০০ টকা আৰু বাকী আংশিক ক্ষতি হোৱা পৰিয়াল সমূহক ক্ৰমে পকা ঘৰৰ বাবে ৫২০০ আৰু কেঁচা ঘৰৰ বাবে ৩২০০ টকাৰ আৰ্থিক সহায় প্ৰদান কৰা হয় । আজি আনুাষ্ঠানিকভাৱে ৫ গৰাকী হিতাধীকাৰিক চেক প্ৰদান কৰা হয় । বাকী হিতাধীকাৰি সকলৰ একাউন্টত অৰ্থ প্ৰেৰণ কৰা হয় । লগতে আৰুণোদয় মাহৰো সূচনা কৰে মন্ত্ৰী পৰিমল শুক্লবৈদ্যই ।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|