মুখ্যপৃষ্ঠা »খবৰ »অসম »সৰুপথাৰত প্ৰচণ্ড শিলাবৃষ্টি, শুভ্ৰ আচ্ছাদনে আৱৰিলে বিভিন্ন প্ৰান্ত

সৰুপথাৰত প্ৰচণ্ড শিলাবৃষ্টি, শুভ্ৰ আচ্ছাদনে আৱৰিলে বিভিন্ন প্ৰান্ত

আজি পুৱাৰ ভাগত বজাত ধনশিৰি মহকুমাৰ কেইবাটাও অঞ্চলত হয় প্ৰবল শিলাবৃষ্টি। শুভ্ৰ আস্বাদনে আৱৰি ধৰে টেঙানি, চিলনীজান, জামুগুৰি, নামবৰ অভয়াৰণ্যৰ বিস্তৃত অঞ্চল।

  • Share this:
ধনশিৰি মহকুমাৰ বিভিন্ন অঞ্চলত প্ৰবল শিলাবৃষ্টি৷ টেঙানী, চিলনীজান, জামুগৰিৰ লগতে নামবৰ অভয়াৰণ্যৰ বহুকেইটা অঞ্চল এই শিলাবৃষ্টি৷

আজি পুৱাৰ ভাগত বজাত ধনশিৰি মহকুমাৰ কেইবাটাও অঞ্চলত হয় প্ৰবল শিলাবৃষ্টি। শুভ্ৰ আস্বাদনে আৱৰি ধৰে টেঙানি, চিলনীজান, জামুগুৰি, নামবৰ অভয়াৰণ্যৰ বিস্তৃত অঞ্চল।

শিলাবৃষ্টিৰ ফলত বহু লোকৰ বাসগৃহৰ ক্ষতিসাধন হয়। বহু ঘৰৰ টিনপাতৰ মুধচ ফুটি যোৱা পৰিলক্ষিত হৈছে। শিলাবৃষ্টিৰ পিছতেই একাংশ লোকে বৰফৰ মাজত আনন্দ কৰাও দেখা গ’ল।

শেহতীয়া বাতৰি