বদৰুদ্দিন আজমলৰ সৈতে সুসম্পৰ্ক বজাই ৰাখিছোঃ হাগ্ৰামা মহিলাৰী

‘AIUDFৰ সৈতে গোপন বুজাবুজি আছে BPFৰ, সেয়ে বদৰুদ্দিন আজমলৰ সৈতে সুসম্পৰ্ক বজাই ৰাখিছো।’– এই বিস্ফোৰক স্বীকাৰোক্তি BPF প্ৰধান হাগ্ৰামা মহিলাৰীৰ।

Dulu Medhi | news18assam
Updated:April 18, 2019, 6:50 PM IST
বদৰুদ্দিন আজমলৰ সৈতে সুসম্পৰ্ক বজাই ৰাখিছোঃ হাগ্ৰামা মহিলাৰী
ফাইল ফটো
Dulu Medhi | news18assam
Updated: April 18, 2019, 6:50 PM IST
‘AIUDFৰ সৈতে গোপন বুজাবুজি আছে BPFৰ, সেয়ে বদৰুদ্দিন আজমলৰ সৈতে সুসম্পৰ্ক বজাই ৰাখিছো।’– এই বিস্ফোৰক স্বীকাৰোক্তি BPF প্ৰধান হাগ্ৰামা মহিলাৰীৰ। কোকৰাঝাৰৰ ধূৰামাৰিত নিৰ্বাচনী প্ৰচাৰ অভিযান চলাই এই বিস্ফোৰক মন্তব্য কৰে হাগ্ৰামা মহিলাৰীয়ে।

মহিলাৰীয়ে ক’লে যে, ৰাইজে আমাক সমৰ্থন দিবলৈ আগবাঢ়ি আছে। সেইকাৰণে BPFৰ প্ৰাৰ্থী প্ৰমীলা ৰাণী ব্ৰহ্ম ১০০ শতাংশই নিশ্চিত জয়ী হোৱা। সাংসদ নৱ কুমাৰ শৰণীয়া কোকৰাঝাৰত জয়ী হোৱাৰ কোনো কাৰণে নাই, কাৰণ ইয়াৰে জনতা কল্যাণ আৰু বিকাশৰ দিশৰ পৰা বঞ্চিত হৈ আছে।’– এই অভিযোগ BPF প্ৰধান হাগ্ৰামা মহিলাৰীৰ।

 
আৰু চাওক পৰৱৰ্তী বাতৰি