মুখ্যপৃষ্ঠা »খবৰ »অসম »উপ–নিৰ্বাচনৰ পিছতে বিটিচিত বিপিএফৰ নেতৃত্বত গঠন হ’ব পৰিষদ : হাগ্ৰামা মহিলাৰী

উপ–নিৰ্বাচনৰ পিছতে বিটিচিত বিপিএফৰ নেতৃত্বত গঠন হ’ব পৰিষদ : হাগ্ৰামা মহিলাৰী

hagrama mohilary, file image

hagrama mohilary, file image

শাসকীয় মিত্ৰজোঁটৰ নেতাই সঘনে যোগাযোগ কৰি আছে বুলি মন্তব্য কৰে হাগ্ৰামা মহিলাৰীয়ে।

  • Share this:
মুছলপুৰত বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ বিস্ফোৰক মন্তব্য৷ হাগ্ৰামা মহিলাৰীয়ে কয়, উপ- নিৰ্বাচনৰ পিচতেই বিটিচিত বিপিএফৰ নেতৃত্বত গঠন হ’ব পৰিষদ৷ বিজেপি, ইউ পি পি এলৰ বাৰজন পাৰিষদে সমৰ্থন দিব হাগ্ৰামাক৷ ককলাবাৰী পৰিষদীয় সমষ্টিত বিপিএফৰ প্ৰাৰ্থী বিজয়ী হ’ব ৷ শাসকীয় মিত্ৰজোঁটৰ নেতাই সঘনে যোগাযোগ কৰি আছে বুলি মন্তব্য কৰে হাগ্ৰামা মহিলাৰীয়ে।

শেহতীয়া বাতৰি