உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • উপ–নিৰ্বাচনৰ পিছতে বিটিচিত বিপিএফৰ নেতৃত্বত গঠন হ’ব পৰিষদ : হাগ্ৰামা মহিলাৰী

    উপ–নিৰ্বাচনৰ পিছতে বিটিচিত বিপিএফৰ নেতৃত্বত গঠন হ’ব পৰিষদ : হাগ্ৰামা মহিলাৰী

    hagrama mohilary, file image

    hagrama mohilary, file image

    শাসকীয় মিত্ৰজোঁটৰ নেতাই সঘনে যোগাযোগ কৰি আছে বুলি মন্তব্য কৰে হাগ্ৰামা মহিলাৰীয়ে।

    • Share this:
    মুছলপুৰত বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ বিস্ফোৰক মন্তব্য৷ হাগ্ৰামা মহিলাৰীয়ে কয়, উপ- নিৰ্বাচনৰ পিচতেই বিটিচিত বিপিএফৰ নেতৃত্বত গঠন হ’ব পৰিষদ৷ বিজেপি, ইউ পি পি এলৰ বাৰজন পাৰিষদে সমৰ্থন দিব হাগ্ৰামাক৷ ককলাবাৰী পৰিষদীয় সমষ্টিত বিপিএফৰ প্ৰাৰ্থী বিজয়ী হ’ব ৷ শাসকীয় মিত্ৰজোঁটৰ নেতাই সঘনে যোগাযোগ কৰি আছে বুলি মন্তব্য কৰে হাগ্ৰামা মহিলাৰীয়ে।
    Published by:Sanjay Kumar Das
    First published: