আজি তেজপুৰৰ হজৰাপাৰ ষ্টেডিয়ামত প্ৰিয়ংকা গান্ধীৰ সৈতে জনসমাৱেশত অংশগ্ৰহণ কৰি হাগ্ৰামাই কয়, "হিমন্ত বিশ্বই বিজেপি এৰি আকৌ আন দললৈ যাব, কাৰণ এতিয়া বিজেপিৰ অৱস্থা বেয়া।
আজি তেজপুৰৰ হজৰাপাৰ ষ্টেডিয়ামত প্ৰিয়ংকা গান্ধীৰ সৈতে জনসমাৱেশত অংশগ্ৰহণ কৰি হাগ্ৰামাই কয়, "হিমন্ত বিশ্বই বিজেপি এৰি আকৌ আন দললৈ যাব, কাৰণ এতিয়া বিজেপিৰ অৱস্থা বেয়া।
"হিমন্ত বিশ্বৰ কাৰণেহে মই বিজেপিৰ সৈতে বন্ধুত্ব কৰিছিলো। কিন্তু আগতে মই কংগ্ৰেছৰে বন্ধু আছিলো। এইবাৰ ময়ে আকৌ কংগ্ৰেছক জিকাম"- এই মন্তব্য হাগ্ৰামা মহিলাৰীৰ।
আজি তেজপুৰৰ হজৰাপাৰ ষ্টেডিয়ামত প্ৰিয়ংকা গান্ধীৰ সৈতে জনসমাৱেশত অংশগ্ৰহণ কৰি হাগ্ৰামাই কয়, "হিমন্ত বিশ্বই বিজেপি এৰি আকৌ আন দললৈ যাব, কাৰণ এতিয়া বিজেপিৰ অৱস্থা বেয়া। হিমন্ত বিশ্ব আৰু বিজেপিয়ে শ্ৰীৰামপুৰত কয়লা আৰু গৰুৰ ছিণ্ডিকেট চলাইছে।"
আনহাতে পুনৰ বিটিচি তেওঁ দখল কৰিব বুলি মন্তব্য কৰি হাগ্ৰামাই কয়, "২ মে’ত অসমত পুনৰ কংগ্ৰেছৰ চৰকাৰ হ'ব, তাৰ পিছতে বিটিচিত মই পুনৰ চীফ হ'ম। নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ফলাফলতে মোৰ কাৰণেই ১২জন বিজেপিৰ বিধায়ক হাৰিব।"
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|