
কেন্দ্ৰ চৰকাৰে হাফলং উদ্ধাৰ কৰিবলৈ ১৮০ কোটি টকাৰ তৎকালীন অনুদান প্ৰদান কৰিছে।
কেন্দ্ৰ চৰকাৰে হাফলং উদ্ধাৰ কৰিবলৈ ১৮০ কোটি টকাৰ তৎকালীন অনুদান প্ৰদান কৰিছে।
হাফলং ঘটনাৰ পুনৰাবৃত্তি নঘটিবলৈ ৰে’ল বিভাগে বিচাৰিছে মহাকাশ কেন্দ্ৰ আৰু Geological Survey of Indiaৰ সহযোগ। সদ্যহতে অহা ৩০ জুনলৈ হাফলঙৰ মাজৰে নচলে কোনো ৰে’ল। প্ৰচণ্ড বৃষ্টিপাতৰ ফলত লামডিং-বদৰপুৰৰ ৬০স্থানত চিঙিছিল লাইন। ১১ স্থানতহে এতিয়ালৈ জোৰা লাগিছে। এতিয়াও তিনি মিটাৰ বোকাত পোত খাই আছে নিউ হাফলং ৰে’ল ষ্টেচন। বোকা আঁতৰাব মেচিন প্ৰেৰণ কৰা হৈছে।
কেন্দ্ৰ চৰকাৰে হাফলং উদ্ধাৰ কৰিবলৈ ১৮০ কোটি টকাৰ তৎকালীন অনুদান প্ৰদান কৰিছে। ইফালে, মন্ত্ৰী বিমল বৰাৰ মতে ডিমা হাছাও জিলাৰ স্বাভাৱিক ছন্দ ঘূৰি আহিবলৈ দুবছৰ লাগিব।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|