உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • এতিয়াও তিনি মিটাৰ বোকাত পোত খাই আছে নিউ হাফলং ৰে’ল ষ্টেচন, কেতিয়া ঘূৰি আহিব স্বাভাৱিক ছন্দ?

    এতিয়াও তিনি মিটাৰ বোকাত পোত খাই আছে নিউ হাফলং ৰে’ল ষ্টেচন, কেতিয়া ঘূৰি আহিব স্বাভাৱিক ছন্দ?

    কেন্দ্ৰ চৰকাৰে হাফলং উদ্ধাৰ কৰিবলৈ ১৮০ কোটি টকাৰ তৎকালীন অনুদান প্ৰদান কৰিছে। 

    কেন্দ্ৰ চৰকাৰে হাফলং উদ্ধাৰ কৰিবলৈ ১৮০ কোটি টকাৰ তৎকালীন অনুদান প্ৰদান কৰিছে। 

    কেন্দ্ৰ চৰকাৰে হাফলং উদ্ধাৰ কৰিবলৈ ১৮০ কোটি টকাৰ তৎকালীন অনুদান প্ৰদান কৰিছে। 

    • Share this:
    হাফলং ঘটনাৰ পুনৰাবৃত্তি নঘটিবলৈ ৰে’ল বিভাগে বিচাৰিছে মহাকাশ কেন্দ্ৰ আৰু Geological Survey of Indiaৰ সহযোগ। সদ্যহতে অহা ৩০ জুনলৈ হাফলঙৰ মাজৰে নচলে কোনো ৰে’ল। প্ৰচণ্ড বৃষ্টিপাতৰ ফলত লামডিং-বদৰপুৰৰ ৬০স্থানত চিঙিছিল লাইন। ১১ স্থানতহে এতিয়ালৈ জোৰা লাগিছে। এতিয়াও তিনি মিটাৰ বোকাত পোত খাই আছে নিউ হাফলং ৰে’ল ষ্টেচন। বোকা আঁতৰাব মেচিন প্ৰেৰণ কৰা হৈছে।

    কেন্দ্ৰ চৰকাৰে হাফলং উদ্ধাৰ কৰিবলৈ ১৮০ কোটি টকাৰ তৎকালীন অনুদান প্ৰদান কৰিছে। ইফালে, মন্ত্ৰী বিমল বৰাৰ মতে ডিমা হাছাও জিলাৰ স্বাভাৱিক ছন্দ ঘূৰি আহিবলৈ দুবছৰ লাগিব।
    Published by:Sanjay Kumar Das
    First published: