মুখ্যপৃষ্ঠা »খবৰ »অসম »Covid Vaccination drive শক্তিশালী কৰাৰ উদ্দেশ্যৰে মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ আৰ্থিক বৰঙণি...

Covid Vaccination drive শক্তিশালী কৰাৰ উদ্দেশ্যৰে মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ আৰ্থিক বৰঙণি...

Covid Vaccination drive শক্তিশালী কৰাৰ উদ্দেশ্যৰে মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ আৰ্থিক বৰঙণি। 

  • Share this:
Covid Vaccination drive শক্তিশালী কৰাৰ উদ্দেশ্যৰে মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ আৰ্থিক বৰঙণি।  বৃন্দাবন চুপাৰমাৰ্টৰ প্ৰতিনিধিসকলৰ সৈতে অসমৰ খ্যাতনামা শিল্পীগৰাকীয়ে এক লাখ টকাৰ বৰঙনি আগবঢ়াইছে ।

মুখ্যমন্ত্ৰী কাৰ্যালয়ত উপস্থিত হৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক ১ লাখ টকাৰ চেক প্ৰদান কৰে জুবিন গাৰ্গে। ইয়াৰ পিছতে মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ টুইটযোগে কয়, ‘চলিত ক’ভিড-১৯ টিকাকৰণ অভিযান শক্তিশালী কৰাৰ বাবে, বৃন্দাবন ছুপাৰমাৰ্টৰ প্ৰতিনিধিসকলৰ সৈতে প্ৰখ্যাত গায়ক জুবিন গাৰ্গে মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ ১ লাখ টকাৰ বৰঙনি আগবঢ়াইছে। এই সদিচ্ছাৰ বাবে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰে’।

তোমাৰ চহৰৰ পৰা(গুৱাহাটী)

গুৱাহাটী

শেহতীয়া বাতৰি